• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়া দিহিং প্ৰশিক্ষণ কেন্দ্ৰত ‘প্ৰতিধ্বনি সাংস্কৃতিক মঞ্চ’ ৰ জন্ম

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , November 15, 2018 7:47 pm

2 min read

IMG_20181115_190626
534
VIEWS
Share on FacebookShare on Twitter

বৃহত্তৰ মাৰ্ঘেৰিটাৰ সুপ্ত কলা সাংস্কৃতিৰ লগত জড়িত প্ৰতিভা সমূহক এখন মঞ্চ দিয়াৰ প্ৰয়াসেৰে প্ৰতিধ্বনি সাংস্কৃতিক মঞ্চ’ৰ জন্ম দিয়া হৈছে। পাটকাই পাদদেশত অৱস্থিত মাৰ্ঘেৰিটাৰ বাৰেবৰণীয়া জনগোষ্ঠীয় লোকসকলৰ মাজত থকা কলা-সংস্কৃতিৰ লগত জড়িত ব্যক্তি সকলক এখন মঞ্চ দিয়াৰ মানসেৰে মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়া দিহিং প্ৰশিক্ষণ কেন্দ্ৰত আজি সন্ধ্যা অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত ‘এই  অনুষ্ঠানটোৰ জন্ম দিয়া হয়।

মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ সনৎ কুমাৰ দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ আঁত ধৰে ক’ল ইণ্ডিয়াৰ কৰ্মচাৰী তথা ফুটবল খেলুৱৈ বিনয় বৰুৱাই। এই সভাতে ২০১৮-১৯ বৰ্ষৰ বাবে এখন সমিতি গঠন কৰা হয়। এই সমিতি খনত উপদেষ্টামণ্ডলী ক্ৰমে ডি বি সোণাৰ , ড° ৰঞ্জিত দত্ত , ডাঃ ভৃংগেশ্বৰ শৰ্মা , সভাপতি ডাঃ সনৎ কুমাৰ দত্ত,  উপসভাপতি ক্ৰমে ৰাজীৱ নিংখী, প্ৰবীন ৰাজখোৱা, তোলন চন্দ্ৰ গগৈ, সাধাৰণ সম্পাদক শিৱানী বৰুৱা, সহঃ সম্পাদক ক্ৰমে বিনয় বৰুৱা,  ৰাজকুমাৰ দহোতিয়া, কোষাধ্যক্ষ নবুল কিশোৰ বুঢ়াগোহাঁই, সাংস্কৃতিক সম্পাদক ডাঃ মনোজ কুমাৰ গগৈ, সহঃ সাংস্কৃতিক সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱা , ডাঃ মানৱ ব্ৰত গগৈ, সাহিত্য সম্পাদক ড° ৰুনজুন  শইকীয়া, সহঃ সম্পাদক প্ৰাৰ্থ জ্যোতি বৰুৱা, সম্বনয়ক ডাঃ অভিজিৎ বৰা, প্ৰচাৰ সম্পাদক মানস প্ৰতিম গগৈ, কাৰ্য্যবাহী সদস্য ক্ৰমে পাপৰী গগৈ, শৰ্মীলা সোম, তুলিকা দহোতিয়া, নেলচন তাচা, নকুল শইকীয়া , ৰাজীৱ গগৈ , দেৱজিৎ চেতিয়া, উজ্জ্বল গোহাঁই , পাৰ্থ গগৈ , অতুল বৰুৱা সহ এখন শক্তিশালী সমিতিৰ গঠন কৰা হয়।

অনাগত দিনত মাৰ্ঘেৰিটাৰ কলা সংস্কৃতিৰ পথাৰ খনত প্ৰতিধ্বনি সাংস্কৃতিক মঞ্চই নতুন দৃষ্টিভংগীৰে আগবাঢ়িব বুলি নৱনিযুক্ত সাংস্কৃতিক সম্পাদক ডাঃ মনোজ কুমাৰ গগৈয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে। উল্লেখ্য যে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটাৰ একাংশ সংস্কৃতিৱান লোকৰ নেতৃত্বত  প্ৰতিধ্বনি সাংস্কৃতিক মঞ্চৰ বেনাৰত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাৱত যোৱা ৫ নৱেম্বৰত সফলতাৰে অনুষ্ঠিত হৈ যায়। আৰু আজি “প্ৰতিধ্বনি সাংস্কৃতিক মঞ্চ”ক আনুষ্ঠানিক ভাৱে এখন সমিতি ৰূপত গঠন কৰা হয়।

Recent News

Gautam Gambhir

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১ কোটি টকাৰ ব্যক্তিগত অনুদান গৌতম গম্ভীৰৰ পৰিয়ালৰ

ponting on Indian victory

দ্বিতীয় শ্ৰেণীৰ ভাৰতীয় দলৰ হাতত বিধ্বস্ত কেংগেৰু বাহিনী! কিয় হজম হোৱা নাই ৰিকি পন্টিঙৰ?

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd