• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জ্ঞানেন্দ্ৰ হত্যাৰ ন্যায় বিচাৰি ৰাজপথত পৰিয়াল, দল সংগঠনৰ অৱস্থান ধৰ্মঘট

মুখ্যমন্ত্ৰী, গৃহ দপ্তৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
December 24, 2018 8:55 pm
IMG-20181224-WA0025
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জ্ঞানেন্দ্ৰ হত্যাৰ ২০ দিনৰ পিছতো দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা  নোলোৱাৰ প্ৰতিবাদত  আজি ন্যায় বিচাৰি গোলাঘাট নগৰৰ  ৰাজপথলৈ ওলাই আহে জ্ঞানেন্দ্ৰৰ পিতৃ নগেন ৰাজখোৱা আৰু কিশোৰ পুত্ৰ। সমগ্র ঘটনাক লৈ ন্যায় প্ৰদানৰ নামত যোৱা ৫ ডিচেম্বৰৰ পৰা জিলা প্ৰশাসন আৰু আৰক্ষীয়ে কৰি অহা ভেকো-ভাওনাৰ প্ৰতিবাদত আজি সদৌ গোলাঘাট জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে নগৰৰ মাজ মজিয়াত ৰূপায়ণ কৰা প্ৰতিবাদী অৱস্থান ধৰ্মঘটত অংশ গ্ৰহণ কৰি দুৰ্ভগীয়া পিতৃগৰাকীয়ে প্ৰশাসনৰ আশ্বাসক ন্যায়ৰ নামত প্ৰহসন বুলি আখ্যা দিয়ে।

উল্লেখযোগ্য যে সন্মিলনীৰ  নেতৃত্বত উপায়ুক্ত কাৰ্যলয়ৰ সমীপত ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন দল সংগঠন আৰু ৰাইজে সহযোগ কৰে। ৩ ঘন্টাৰ  উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত অন্যান্য প্ৰতিবাদকাৰীৰ লগতে জ্ঞানেন্দ্ৰৰ পিতৃয়ে “হত্যাকাৰী ডিএছপি পাৰ্থ প্ৰতীম শইকীয়াক গ্ৰেপ্তাৰ কৰক” শীৰ্ষক প্লেকাৰ্ড প্ৰদৰ্শন কৰি ঘটনাৰ মূল অভিযুক্তই যে এতিয়াও মুকলি আকাশৰ তলত বিচৰণ কৰি আছে সেই কথা পুনৰবাৰ প্ৰতিপন্ন কৰে।

Apply Now

প্ৰতিবাদকাৰীসকলে ঘটনাৰ ন্যায়দানৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষীৰ বিভাগৰ মূৰব্বীয়ে প্ৰতিবাদী ৰাইজক দিয়া আশ্বাস কাৰ্যকৰী নকৰি চৰম বিশ্বাসঘাটকতা কৰা বুলি অভিযোগ উত্থাপন কৰে।

উক্ত কাৰ্যসূচীৰ পিছতে কোঁচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ জিলা সভাপতি পংকজ ৰাজখোৱা আৰু সাধাৰণ সম্পাদক পাৰ্থপ্ৰতীম বৰাই  পুনৰবাৰ ঘটনাৰ তদন্ত আৰু দোষীক শাস্তি প্ৰদানৰ দাবীত জিলা উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা গৃহ দপ্তৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উক্ত কাৰ্যসূচীত কোঁচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সম্পাদক দেবাংগ তালুকদাৰ, অনুসূচিত জাতি ছাত্র সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰমানন্দ দাস, মদমুক্ত অসম দাবী সমিতিৰ সভাপতি প্ৰবীণ দাস, টাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক কৃষ্ণ বৰুৱা, আহোম সেনাৰ ত্ৰিনয়ন ৰাজকুমাৰ, ছাত্ৰ মুক্তিৰ মৃণাল নাথ আদিয়ে সহযোগ কৰে।

উল্লেখযোগ্য যে  উক্ত ঘটনাৰ মূল অভিযুক্ত উপ আৰক্ষী অধীক্ষক  পার্থ প্ৰতীম শইকীয়াৰ বিৰুদ্ধে হত্যাকাণ্ডৰ গোচৰ ৰুজু হোৱাৰ পিছতো গোলাঘাট আৰক্ষীয়ে আজি পৰ্যন্ত বিষয়জনক ৰক্ষণাবেক্ষণ দি থকা কাৰ্যই জনসাধাৰণৰ মাজত এক ৰহস্যৰ সৃষ্টি কৰিছে। বিশেষকৈ স্বয়ং আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ৰ নিৰ্বিকাৰ ভূমিকা আৰু উপায়ুক্তৰ মৌনতাই প্ৰশ্নৰ সৃষ্টি কৰাৰ লগতে কি স্বাৰ্থৰ বাবে এগৰাকী দোষী আৰক্ষী বিষয়াক বচোৱাৰ প্ৰচেষ্টা চলিছে সেইয়া দুৰ্বোধ্য হৈ পৰিছে। এনে পৰিস্থিতিত গৃহ দপ্তৰ আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপেহে  তদন্ত প্ৰক্ৰিয়া গতিশীল কৰিব বুলি আশা কৰিছে পৰিয়াল আৰু দল সংগঠনে।

ঋতুপল্লব শইকীয়া

ঋতুপল্লব শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd