• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৪ দিনৰ মূৰতো উদ্ধাৰ কৰিব পৰা নাই সুৰংগত আৱদ্ধ শ্ৰমিকক, থাইলেণ্ড আৰু নৰৱেৰ সংস্থাৰ সৈতে যোগাযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2023 9:25 am
3.7k
VIEWS
Share on FacebookShare on Twitter

চাৰিদিন পাৰ হৈ গ’ল, এতিয়াও উত্তৰকাশী সুৰংগত আবদ্ধ হৈ আছে ৪০ জন শ্ৰমিক। নতুনকৈ হোৱা ভূমিস্খলন আৰু কাৰিকৰী সমস্যাৰ বাবে উদ্ধাৰৰ কাম ব্যাহত হৈ পৰিছে। 

আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে ভাৰতীয় বায়ুসেনাই তিনিখন বিশেষ বিমানত ২৫ টন পাইপ প্ৰেৰণ কৰিছে। 

আনহাতে, সুৰংগটোৰ পৰা শ্ৰমিকসকলক কেনেকৈ নিৰাপদে উদ্ধাৰ কৰিব পাৰি তাৰ বাবে থাইলেণ্ড আৰু নৰৱেৰ বিশেষ উদ্ধাৰকাৰী দলৰ সৈতেও যোগাযোগ কৰা হৈছে।

জানিব পৰা মতে, ২০১৮ চনত থাইলেণ্ডৰ এটা গুহাত আবদ্ধ হৈ থকা শিশুসকলক উদ্ধাৰৰ বাবে সাহসী উদ্ধাৰ অভিযান চলোৱা এটা বিশেষ সংস্থাটোৰ সৈতেও যোগাযোগ কৰা হৈছে। 

সেই সংস্থাটোৱে প্ৰায় ১০ হাজাৰ উদ্ধাৰকাৰীৰ সহযোগত এসপ্তাহজোৰা উদ্ধাৰ অভিযানৰ অন্তত শিশু সকলক উদ্ধাৰ কৰিছিল। তেওঁলোকৰ সেই অভিজ্ঞতা ব্যৱহাৰ কৰি উত্তৰকাশীৰ ভাঙি পৰা নিৰ্মিয়মান সুৰংগত আৱদ্ধ হৈ থকা ৪০ জন শ্ৰমিকক কেনেকৈ উদ্ধাৰ কৰিব পাৰি সেই সম্পৰ্কে সহায় বিচাৰিছে ভাৰতে।

আনহাতে, বিশেষ বায়ুসেনাৰ বিমানেৰে দিল্লীৰ পৰা অনা হৈছে বিশেষ মেচিন। এই মেচিনটোৱে এঘণ্টাত ৪-৫ মিটাৰ পৰ্যন্ত খনন কৰিব পাৰে। যদি এই মেচিনটো উত্তৰকাশী সুৰংগত ব্যৱহাৰ কৰিব পৰা যায়, তেন্তে ডাঙৰ সুৰংগলৈ পাইপ সোমোৱাই পাইপৰ মাজেৰে শ্ৰমিকসকলক নিৰাপদে উলিয়াই আনিব পৰা যাব্ব। 

জানিব পৰা মতে, বৃহস্পতিবাৰৰ পৰা এই মেচিন ব্যৱহাৰ কৰিব পাৰিব।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd