• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দুৰ্ঘটনাগ্ৰস্ত ব’য়িং ৭৮৭ ড্ৰিমলাইনাৰৰ যান্ত্ৰিক দুৰ্বলতাৰ বিষয়ে এবছৰ পূৰ্বে সকীয়াই দিছিল প্ৰাক্তন কৰ্মচাৰীয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2025 1:23 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি বিয়লি ভাৰতৰ গুজৰাটৰ আহমেদাবাদত ২৪২ জন যাত্ৰী আৰু দুটি শিশুসহ ১২ জন ক্ৰু মেম্বাৰ কঢ়িয়াই যুক্তৰাজ্যৰ লণ্ডন অভিমুখে যোৱা দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখন আছিল ব’য়িং ৭৮৭ মডেল। এই মডেলৰ এখন বিমান এনেদৰে প্ৰথমবাৰৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হৈছে। অৱশ্যে কোম্পানীটোৰ এগৰাকী প্ৰাক্তন অভিযন্তাই পূৰ্বে বয়িং ৭৮৭ ড্ৰিমলাইনাৰ ছিৰিজৰ সকলো বিমানক লৈ উদ্বেগ প্ৰকাশ কৰিছিল।

যোৱা বছৰৰ এপ্ৰিল মাহত তেওঁ দাবী কৰিছিল যে বয়িং ৭৮৭ ড্ৰিমলাইনাৰ ছিৰিজৰ সকলো বিমানতে গুৰুতৰ যান্ত্ৰিক বিসংগতি আছে। সেই ছিৰিজৰ সকলো বিমানৰে ত্ৰুটি বোৰ শুধৰাবলৈও তেওঁ পৰামৰ্শ দিছিল।

Apply Now

ব’য়িঙৰ প্ৰাক্তন গুণগত অভিযন্তা ছেম ছালেহপুৰে যোৱা বছৰৰ এপ্ৰিল মাহত এনবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ব’য়িংক এই সমস্যা সমাধান কৰিবলৈ পৰামৰ্শ দিছিল।

সাক্ষাৎকাৰত ছেম ছালেহপুৰে কয় যে খৰচ কমোৱাৰ বাবে কোম্পানীটোৱে বয়িং ৭৮৭ ড্ৰিমলাইনাৰ ছিৰিজৰ বিমান নিৰ্মাণৰ বাবে গ্ৰহণ কৰা প্ৰযুক্তিটো ত্ৰুটিপূৰ্ণ। ছিৰিজ বিমানখনৰ অংশ বা ফিউজেজবোৰ সঠিকভাৱে সোমোৱাই দিয়া হোৱা নাছিল; প্ৰতিটো ফিউজেজ জইণ্টৰ মাজত এটা সৰু ফাঁক থাকে।

বয়িঙৰ প্ৰাক্তন বিষয়াগৰাকীয়ে এনবিচিক জনোৱা মতে, “বিমানখন স্বাভাৱিক গতিৰে চলালে এই দোষৰ ফলত কোনো সমস্যাৰ সৃষ্টি নহ‘লহেঁতেন; কিন্তু গতি বৃদ্ধি কৰিলে ফিউজেজৰ জইণ্টসমূহে বায়ুৰ চাপ আৰু বিমানখনৰ ইঞ্জিনৰ লগত খাপ খুৱাব নোৱাৰিব, আৰু ইয়াৰ পৰিণতি গুৰুতৰ হ‘ব। আনকি এনে পৰিস্থিতিত বিমানখন আকাশৰ মাজভাগত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আশংকাও আছে। বয়িং ৭৮৭ ড্ৰিমলাইনাৰ ছিৰিজৰ বিমান বৰ্তমান বিশ্বজুৰি চলি থকা বিমানসমূহ পৰিদৰ্শন কৰিব লাগে আৰু দোষসমূহ জৰুৰী ভিত্তিত সমাধান কৰিব লাগে।”

ড্ৰিমলাইনাৰ ছিৰিজৰ বিমানৰ ফিউজেজ জইণ্টত কেনেধৰণৰ দোষ আছে বুলি সোধাত ছেম ছালেহপুৰে কয় যে বিমানখনৰ ফিউজেজৰ জইণ্টত থকা ফাঁকবোৰ পূৰণ কৰিবলৈ সৰু সৰু ধাতুৰ টুকুৰা ব্যৱহাৰ কৰা হয়। এই টুকুৰাবোৰক সাধাৰণতে ‘শ্বিম’ বুলি কোৱা হয়। ড্ৰিমলাইনাৰ ছিৰিজৰ বিমান নিৰ্মাণত প্ৰয়োজনীয় পৰিমাণে শ্বিমৰ ব্যৱহাৰ কৰা হোৱা নাছিল।

যদিও সৰু যেন লাগিব পাৰে, তথাপিও এইটো এটা অতি গুৰুতৰ ভুল। কাৰণ প্ৰয়োজনীয় সংখ্যক শ্বিমৰ অভাৱত বিমানখনৰ কামৰ সময়ত বিমানখনৰ ফিউজেজত অত্যধিক চাপ পৰে, যাৰ ফলত দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি পায় আৰু লগতে বিমানখনৰ আয়ুসো হ্ৰাস পায়।

এনবিচিত ছেম ছালেহপুৰৰ সাক্ষাৎকাৰ প্ৰচাৰ হোৱাৰ কিছু ঘণ্টাৰ ভিতৰতে বয়িঙে এক বিবৃতি প্ৰকাশ কৰে। বিবৃতিটোত কোৱা হৈছে যে বয়িং হৈছে এক অতি পেছাদাৰী সংস্থা আৰু কোম্পানীটোৱে ৭৮৭ ড্ৰিমলাইনাৰ ছিৰিজৰ বিমানখনৰ সুৰক্ষা আৰু মসৃণ উৰণৰ প্ৰদৰ্শনৰ ওপৰত সম্পূৰ্ণ আত্মবিশ্বাসী।

উল্লেখ্য যে, আহমেদাবাদত সংঘটিত দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

আহমেদাবাদত বিমানখন কিহৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd