• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাৰ মন্দিয়াত দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নিহত দ্বাদশ শ্ৰেণীৰ ছাত্ৰী

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 30, 2019 4:55 pm
593
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ বাঘবৰ থানাৰ অন্তৰ্গত মন্দিয়া‌ত আজি সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। নিহত ছাত্ৰীগৰাকীক মৌৰাগাঁৱৰ শুকুৰ আলী আৰু ছাহেৰা খাতুনৰ একমাত্ৰ কন্যা তথা শিক্ষানুষ্ঠানখনৰ মেধাৱী ছাত্ৰী খাদিজা খাতুন বুলি চিনাক্ত কৰা হৈছে।

ঘটনা বিৱৰণি মতে নিহত ছাত্ৰীগৰাকী তথা খাদিজা খাতুন(১৭)এ পুৱাৰ ভাগত চাইকেলেৰে শিক্ষা‌নুষ্ঠানলৈ গৈ থকা অৱস্থাত এএছ ২৬এ ৬৫০০ নম্বৰ‌ৰ এখন দ্ৰুতবেগী ট্ৰাকে প্ৰচণ্ড জোৰত খুন্দি‌য়াই। ফলত দ্বাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয়।

আনহাতে শিক্ষানুষ্ঠানখনৰ মেধাৱী ছাত্ৰী খাদিজা খাতুনক এনেদৰে দ্ৰুতবেগী ট্ৰাকে মহিতায়াই নিয়াত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় এঘণ্টাতকৈ অধিক সময় প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে।

পিছত ঘটনাস্থলীত বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ড° ৰবীন কুমাৰ, উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য, বৰপেটা সদৰ থানাৰ আৰক্ষী বিষয়া, মন্দিয়া আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজনক ৰাইজে কৰায়ত্ত কৰি আৰক্ষী‌ক গতাই দিয়ে। গ্লোবেল একাডেমীৰ কৰ্তৃপক্ষ‌ই ছাত্ৰীগৰাকীৰ মৃত্যুৰ ক্ষতিপূৰণ হিচাপে পৰিয়ালৰ লোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে মন্দিয়া‌ৰ পথ বহল কৰা, জধে মধে পাৰ্কিং বন্ধ কৰা আদি দাবী সম্বলিত স্মাৰকপত্ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কুমাৰ কাকতিৰ জৰিয়তে জিলা উপায়ুক্ত‌লৈ প্ৰেৰণ কৰে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd