DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘বোপাইহঁত তহঁতি মোক কিবা এটা কৰি দে’ : টীয়কত ৭০ উৰ্দ্ধৰ এক বৃদ্ধাৰ কৰুণ বিননি

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
May 19, 2020 2:14 pm
Screenshot_2020-05-19-12-37-23_1
3.9k
VIEWS
Share on FacebookShare on Twitter

“বোপাইহঁত তহঁতি মোক কিবা এটা কৰি দে৷” ছ’চিয়েল মিডিয়াত প্ৰায় ৭০ উৰ্দ্ধৰ যোৰহাট জিলাৰ টীয়কৰ এগৰাকী বৃদ্ধাৰ  কাতৰ আহ্বানে জোঁকাৰি গৈছিল প্ৰতিজন হৃদয়ৱান লোকক৷

টীয়কৰ কাৱৈমাৰি কলবাৰীৰ দুৰ্ভগীয়া কলি পেহীৰ জীৱনতনো এসময়ত সকলো আছিল।

কিন্তু সকলো থাকিও আজি  সকলো হেৰুৱাই ৰাইজলৈ কাতৰ মিনতি “মোক কিবা এটা কৰি দিয়ক।”

সৰু ভগা জুপুৰীটোৰ ভগা বেৰৰ জলঙাইদি অহা বাৰিষাৰ বিজুলীৰ পোহৰে নিতৌ উজাগৰী নিশা কটোৱাইছিল পেহীয়ে৷

সেই আইতাৰ মুখত আজি খিলখিলয়া হাঁহি আকৌ যেন খেপিয়াই পাইছে এৰি অহা দিনৰ সুখ৷

এই দুৰ্ভগীয়া কলি পেহীৰ আহ্বানে যেন হৃদয় কঁপাইছিল বহুজনক। সেয়ে হয়তো সহায়ৰ বাবে আগবাঢ়ি আহিল বহুজন।

টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা আৰু  বীৰ লাচিত সেনাৰ সদস্যসকলে গৈ আজি মেৰামতী কৰে আইতাৰ ঘৰটো।

সেই সুখতে আজি আইতাই হাঁহি হাঁহি কান্দি গ’ল আৰু কৈ গ’ল এয়া মোৰ সুখৰ চকুপানী৷

এই দুই সংগঠনৰ মহানুভাৱতাই যেনেকৈ সমাজত এক ইতিবাচক দিশ দিছে ঠিক একে সময়তে সহজে চকুত নপৰা এনে দুৰ্ভগীয়া সকলৰ নামতো একাংশই অনাময় আঁচনিৰ টকা কেইটা আত্মসাৎ কৰাৰ যি মানসিকতাৰ ছবি আজি পোহৰলৈ আহিছে সেই কাৰ্যই উদঙাইছে এচামৰ তৰল মানসিকতা।

সমাজত এনে একাংশই ভুলুন্ঠিত কৰিছে মানবতা৷

লকডাউনৰ মাজতে মানৱীয় প্ৰমূল্যবোধৰ এই দুই বিপৰীত ছবি এতিয়া টীয়কত চৰ্চাৰ বিষয় হৈ পৰিছে।

Recent News

Chess গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা

গুৱাহাটীত আৰম্ভ হ’ল চতুৰ্থ আয়োধানা আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা

দেওচুৰ অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদ

দেওচুৰ অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদ

বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পুলিচ পইন্টৰ সমীপত হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এজন লোকে

বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পুলিচ পইন্টৰ সমীপত হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এজন লোকে

FIRST female referee: ইটালীৰ ফুটবলত প্ৰথম মহিলা ৰেফাৰী; ইতিহাস গঢ়িবলৈ আগবাঢ়িছে মাৰিয়া

FIRST female referee: ইটালীৰ ফুটবলত প্ৰথম মহিলা ৰেফাৰী; ইতিহাস গঢ়িবলৈ আগবাঢ়িছে মাৰিয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd