• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুশ্চিন্তা আঁতৰা নাই ধেমাজিৰ প্ৰৱঞ্চিত গ্ৰাহকৰ! চিট ফাণ্ডৰ প্ৰৱঞ্চক গ্ৰেপ্তাৰ হ’লেও টকা ঘূৰাই নাপায় গ্ৰাহকে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2018 8:17 am
Pobitra Handique_1

প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা, ৰেচম বিভাগৰ বিষয়া পৱিত্ৰ সন্দিকৈ। ফটোৰ উৎস : ফেইচবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি লাখ লাখ টকা আত্মসাৎ কৰা লখিমপুৰ ৰেচম বিভাগৰ এজন শীৰ্ষ বিষয়াক ১৩ নৱেম্বৰত ধেমাজিত অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই গ্ৰেপ্তাৰ কৰিলে যদিও প্ৰৱঞ্চিত গ্ৰাহকসকল আশ্বস্ত হ’ব পৰা নাই। তেওঁলোকৰ মূল চিন্তাটো হ’ল- এই তদন্তই তেওঁলোকৰ টকা ঘূৰাই পোৱাত সহায় কৰিব নে? নে আনবোৰ চিট ফাণ্ডৰ দৰেই কেৱল প্ৰৱঞ্চকক জেইলত ভৰাই দায় সাৰিব চৰকাৰে?

উল্লেখযোগ্য যে লখিমপুৰৰ ৰেচম বিভাগৰ সহকাৰী প্ৰৱন্ধক পৱিত্ৰ সন্দিকৈয়ে তেওঁৰ ভনীয়েক আৰু দুজন মানৰ লগ হৈ ‘অবনাৰী ফাইনেন্স প্ৰাইভেট লিমিটেড’ নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান খুলি গ্ৰাহকৰ পৰা অধিক সুতৰ লোভ দেখুৱাই বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল।

Apply Now

কিন্তু বহুতো গ্ৰাহকে নিৰ্ধাৰিত সময়তো ধন ঘূৰাই নোপোৱাত প্ৰৱঞ্চিত গ্ৰাহকসকলে আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাৰ ওচৰত অভিযোগ দিছিল। তাৰ ভিত্তিত তদন্ত সংস্থাটোৱে ২০/১৮ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰি ১৩ নৱেম্বৰত প্ৰৱঞ্চক সন্দিকৈ আৰু তেওঁৰ ভনীয়েকক জিণ্টী সন্দিকৈক গ্ৰেপ্তাৰ কৰে। ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ ব’ৰ্ড অব্‌ ডাইৰেক্টৰছ হিচাপে আছিল পৱিত্ৰ সন্দিকৈ, জিণ্টি সন্দিকৈ, ৰঞ্জিত কুমাৰ চন্দ।

ইপিনে আৰক্ষীয়ে তদন্ত কৰি প্ৰৱঞ্চকজনক গ্ৰেপ্তাৰ কৰিলেও চিন্তা দূৰ হোৱা নাই ভুক্তভোগী ৰাইজৰ। “প্ৰৱঞ্চক জেইলত গ’লেও ভুক্তভোগীয়ে তেওঁলোকৰ ক্ষতি হোৱা টকাৰ ঘূৰাই নাপালে এই তদন্তই বিশেষ একো সহায় কৰিব নোৱাৰিব।” এজন ভুক্তভোগী গ্ৰাহকে কয়।

“স্বাভাৱিকতে দেখা যায় সকলো ধৰণৰ চিট ফাণ্ডজাতীয় কেলেংকাৰিত ভুক্তভোগীৰ টকা কেতিয়াও ঘূৰাই পোৱাৰ ব্যৱস্থা নকৰে চৰকাৰে। প্ৰৱঞ্চক কেইদিন মান জেইলত থাকি জামিন লৈ পুনৰ স্বাভাৱিক জীৱন-যাপনলৈ ঘূৰি আহে। কিন্তু ভুক্তভোগীৰ টকা ঘূৰি নাহে।” আন এজন সচেতন ব্যক্তিয়ে কয়।

উল্লেখযোগ্য যে তদন্ত সংস্থাটোৰ সূত্ৰ মতে, প্ৰৱঞ্চক সন্দিকৈয়ে তেওঁৰ সহযোগীকেইজনৰ লগ লাগি গ্ৰাহকৰ পৰা প্ৰায় ৪০ লাখ টকা সংগ্ৰহ কৰিছিল।

ইপিনে পৱিত্ৰ সন্দিকৈৰ আন এজন সহযোগী, প্ৰৱঞ্চক ৰঞ্জিত কুমাৰ চন্দ এতিয়াও পলাতক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

September 25, 2026 9:08 am
৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd