• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

যোগীৰ ৰাজ্যত আকৌ বৰ্বৰ কাণ্ড : গৰ্ভস্থ সন্তানৰ লিঙ্গ চাবলৈ চোকা অস্ত্ৰৰেৰে পত্নীৰ পেট কাটিলে স্বামীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 20, 2020 4:42 pm

2 min read

attack-on-youth-with-sharp-weapon_201910311131
419
VIEWS
Share on FacebookShare on Twitter

যোগী আদিত্যনাথৰ শাসিত ৰাজ্য উত্তৰ প্ৰদেশত ইটোৰ পিছত সিটো নৃশংস কাণ্ড সংঘটিত হৈয়ে আছে।

হত্যা আৰু ধৰ্ষণে সঘনাই সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি থকা যোগী আদিত্যনাথৰ ৰাজ্যত এইবাৰ সংঘটিত হৈছে অন্য এক নৃশংস তথা লোমহৰ্ষক কাণ্ড।

এজন স্বামীয়ে সাতমহীয়া গৰ্ভৱতী পত্নীৰ গৰ্ভস্থ সন্তানৰ লিঙ্গ জানিবলৈ পত্নীৰ পেট এখন ধাৰাল অস্ত্ৰৰে কাটিলে। ইতিমধ্যে এই নৃশংস কাণ্ড সংঘটিত কৰাৰ স্বামীজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ঘটনাৰ বিৱৰণীৰ মতে উত্তৰ প্ৰদেশৰ বৰেলীৰ নেকপুৰৰ বাসিন্দা পান্নালাল পাঁচটি কন্যা সন্তানৰ পিতৃ।

জানিব পৰা মতে ঘটনাৰ দিনা ষষ্ঠবাৰলৈ গৰ্ভৱতী হোৱা পান্নালালৰ পত্নী সাতমহীয়া অন্তঃসত্ত্বা। স্বামী পান্নালালে ষষ্ঠটো সন্তান পুত্ৰ হোৱাটো কামনা কৰিছিল।

দেশত গৰ্ভস্থ ভ্ৰূণৰ লিঙ্গ নিৰ্ণয় কৰাতো এক অপৰাধ। গতিকে চিকিৎসক তথা চিকিৎসা বিজ্ঞানৰ সহায়ত পান্নাললালে পত্নীৰ গৰ্ভস্থ ভ্ৰূণটোৰ লিঙ্গ নিৰ্ণয় কৰোৱাব নোৱাৰিলে।

উপায়ন্তৰ হৈ পান্নালালে শনিবাৰে সন্ধিয়া সংঘটিত কৰিলে এই নৃশংস কাণ্ডটো।

এখন ধাৰাল অস্ত্ৰৰে স্বামী পান্নালালে গৰ্ভৱতী পত্নীৰ পেট কাটি ফালি পেলালে। গৰ্ভৱতী নাৰী গৰাকীৰ যন্ত্ৰণাৰ বিকৎ চিঞৰ শুনি প্ৰতিৱেশী তিৰোতাসকলে গৈ ততাতৈয়াকৈ গৰ্ভৱতী মহিলা গৰাকীক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

গৰ্ভৱতী মহিলা গৰাকী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইতিমধ্যে গৰ্ভৱতী মহিলা গৰাকীৰ পিতৃ গৃহই পান্নালালৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

উক্ত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত পান্নালালক গ্ৰেপ্তাৰ কৰিছে।

ইফালে পান্নালালৰ পৰিয়ালৰ তৰফৰ জানিব পৰা গৈছে একাদিক্ৰমে পাঁচ গৰাকী কন্যা সন্তান জন্ম দিয়াৰ বাবে পত্নীৰ ওপৰত অসন্তুষ্ট হৈ আছিল স্বামী পান্নালাল।

Recent News

IMG-20210308-WA0132

বিপিএফৰ ৪জন প্ৰাৰ্থীৰ নাম ঘোষণা; দলত যোগদান কৰিয়েই প্ৰাৰ্থিত্ব পালে দুৰ্গাদাস বড়োৱে

DwjFNkjVAAIIlm3-750x375

অৱশেষত জল্পনা-কল্পনাৰ অৱসান : প্রাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd