• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাৱধান, ক’ৰ’ণা যোদ্ধাক আক্ৰমণ কৰিলে ২ লাখ টকা জৰিমনাসহ খাটিব লাগিব পাঁচ বছৰ কাৰাবাস!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2020 6:12 pm
cesare_beccaria_was_a_trail_blazer_on_capital_punishment
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’ণা যোদ্ধাসকলক আক্ৰমণ কৰা কোনো ব্যক্তি হয়তো আৰু বাচি নাযাব। ক’ৰ’ণা যুদ্ধত অৱতীৰ্ণ হোৱাৰ চিকিৎসক, স্বাস্থ্যকৰ্মী আদিক আক্ৰমণ কৰি আপুনি খাটিব লগা হ’ব পাৰে সৰ্বোচ্চ পাঁচ বছৰৰ কাৰাবাসৰ লগতে ২ লাখ টকা পৰ্যন্ত জৰমিনা!

ৰাজ্যসভাত এই সংক্ৰান্তীয় এক নতুন বিল গৃহীত কৰা হৈছে শনিবাৰে। মহামাৰী ৰোগ(সংশোধনী) বিল, ২০২০(Epidemic Diseases(Amendment) Bill, 2020) নামৰ এই বিলখন শনিবাৰে সংসদৰ উচ্চ সদনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে উত্থাপন  কৰাৰ পিছত গৃহীত কৰা হয়।

Apply Now

আইনখনৰ মতে মহামাৰীৰ সময়ত স্বাস্থ্য পৰিসেৱাৰ সৈতে জড়িত কোনো কৰ্মীক কৰা কোনো ধৰণৰ আক্ৰমণ মানি  লোৱা নহ’ব।

কোনোৱে যদি তেনে স্বাস্থ্যকৰ্মী ওপৰত আক্ৰমণ অথবা সম্পত্তি আদি অনিষ্ট কৰে অথবা নিজৰ অঞ্চলত ক’ৰ’ণা যোদ্ধা প্ৰৱেশত বাধা প্ৰদান কৰে তেনে তেওঁৰ বিৰুদ্ধে এই আইনৰ দ্বাৰা শাস্তি প্ৰদান কৰা হ’ব।

উল্লেখ্য যে ২২ এপ্ৰিলতে এই সংক্ৰান্তীয় অৰ্ডিনেন্স আনিছিল  কেন্দ্ৰীয় চৰকাৰে। মহামাৰী ৰোগ আইন, ১৮৯৭ক সংশোধন কৰি এই অৰ্ডিনেন্সক ক’ৰ’ণা যোদ্ধাৰ লগতে ৰাজহুৱা সম্পত্তি সুৰক্ষা বাবে পাছ কৰি আইনত পৰিণত কৰোৱা হৈছে।

এই আইনৰ অধীনত কোভিড যোদ্ধাক আক্ৰমণ অথবা কোভিডৰ সৈতে জড়িত যিকোনো ৰাজহুৱা সম্পদ অনিষ্ট কৰা লোকৰ সৰ্বোচ্চ পাঁছ বছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে।

এই নতুন আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে এজন ইন্সপেক্টৰ পৰ্যায়ৰ বিষয়াই মাত্ৰ ৩০ দিনৰ ভিতৰতে তদন্ত সমাপ্ত কৰাৰ লগতে ইয়াৰ বিচাৰ এবছৰৰ ভিতৰত শেষ কৰিব লাগিব।

কোনো লোক দোষী বা অপৰাধী প্ৰমাণিত হ’লে তিনি মাহৰ পৰা পাঁচ বছৰ পৰ্যন্ত কাৰাবাস আৰু ৫০ হাজাৰ টকাৰ পৰা ২ লাখ টকা পৰ্যন্ত জৰিমনাও ভৰিব লগা হ’ব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd