• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2021 7:59 pm
WhatsApp Image 2021-01-16 at 6.46.03 PM

ৰহাত অজাপৰ বিশাল যোগদান সমাৰোহ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’আসন্ন বিধানসভা নিৰ্বাচনত বিজেপি-অগপ মিত্ৰদলৰ চৰকাৰ ওফৰি পৰিব আৰু জাতীয়তাবাদৰ ভেটিত প্ৰতিষ্ঠিত আঞ্চলিক ৰাজনৈতিক দলৰ চৰকাৰ গঠিত হ’ব৷ অসমৰ ৰাইজে এইবাৰ তাৰ স্পষ্ট ইংগিত প্ৰদান কৰিছে।‘’

শনিবাৰে নগাঁও জিলাৰ ৰহা সমষ্টিৰ কচুৱাত অনুষ্ঠিত হোৱা এখন যোগদান সমাৰোহত এই দৃঢ় মত প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

Apply Now

দলৰ উপসভাপতি তথা অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ছমচেৰ সিঙৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত গগৈয়ে কয় যে ৰাইজৰ দলকে ধৰি অসমৰ জনগোষ্ঠীয় আঞ্চলিক শক্তিসমূহৰ সৈতে আনুষ্ঠানিক আলোচনাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু এই নিৰ্বাচনী বুজাবুজিয়ে শীঘ্ৰে এটা ফলপ্ৰসু ৰূপ লাভ কৰিব।

তেওঁ কয় যে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাৰ সপোন পূৰণ নহয় বুলি এই কাৰণেই কব পাৰি যে ‘কা’-বিৰোধী আন্দোলনৰ সময়তে বিজেপিৰ ৬০ শতাংশ ভোট খহি গ’ল। বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি আৰু ভয়-ভাৱুকি-প্ৰলোভনেৰে ৰাইজক আৰু আশ্বস্ত কৰিব নোৱাৰে৷

তেওঁ লগতে কয় যে অসমৰ ৰাইজে বিজেপি-অগপক সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ ক্ষমতাসীন কৰা নাছিল। কৰিছিল জাতি-মাটি-ভেটি সুৰক্ষিত কৰিবলৈ আৰু বিকাশ কৰিবলৈ। কিন্তু বিজেপিৰ চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পাহৰি জনবিৰোধী ভূমিকাত অৱতীৰ্ণ হৈছে।

অসমৰ সাতাম পুৰুষীয়া সাম্প্ৰদায়িক সদ্ভাৱ অক্ষুন্ন ৰখাৰ সংকল্প দোহাৰি গগৈয়ে কয় যে অসম জাতীয় পৰিষদৰ নেতৃত্বত জাতীয়তাবাদী চৰকাৰ হ’লে অসমত ‘কা’ কোনো অৱস্থাতে বলৱত কৰিবলৈ দিয়া নহয়।

আনহাতে, ১৯৭১ চনৰ পিছৰ বিদেশীক কোনো কাৰণতে গ্ৰহণ কৰা নহয় বুলি উল্লেখ কৰি গগৈয়ে কয় যে ১৯৫১ চনৰ পৰা ১৯৭১ চনৰ মাজত অহা লোকসকলক যিহেতু ইতিপূৰ্বে সাংবিধনিকভাৱেই নাগৰিকৰ মৰ্যাদা দিয়া হৈছে, সেয়ে উক্ত লোকসকলে নিজৰ নাগৰিকত্বক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই।

এইসকল লোকক কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে ভয়ৰ মাজত ৰাখি ৰাজনীতি কৰি আহিছে বুলিও গগৈয়ে মত প্ৰকাশ কৰে।

আজিৰ সভাত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক ৰাজীৱ ভট্টাচাৰ্য, প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমান, যুটীয়া সম্পাদক মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী, প্ৰিন্স ফাইজুল হক, মুখপাত্ৰ তথা জাতীয় যুৱ শক্তিৰ সহ:তত্বাৱধায়ক অভিজিত কমল ভূঞা, তথ্য-প্ৰযুক্তি সম্পাদক দেৱজিৎ চৌধুৰীকে ধৰি কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে।

এই সভাখনতে বিশিষ্ট যুৱ ব্যৱসায়ী উৎপল বনিয়াৰ লগতে বিভিন্ন দল ত্যাগ কৰি অহা আঢ়ৈশ লোকে অসম জাতীয় পৰিষদ দলত যোগদান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd