DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত ইৰানী গ্ৰুপৰ সদস্য গ্ৰেপ্তাৰ : নিচাযুক্ত টেবলেট, বান্দৰ কেকোঁৱা উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 3, 2018 2:38 pm
WhatsApp Image 2018-12-03 at 1.21.05 PM
248
VIEWS
Share on FacebookShare on Twitter

আজি ৩ ডিচেম্বৰ সোমবাৰে গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত এজন ইৰানী গ্ৰুপৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰে’লৱে আৰক্ষীয়ে। ধৃত লোকজনক বিহাৰৰ কিষাণগঞ্জ জিলাৰ কিষাণগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত কালীবাৰী ৰে’লৱে কলনিৰ বাসিন্দা দীনেশ শ্বাহ (২৭) বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ দেউতাকৰ নাম প্ৰয়াত বুলু শ্বাহ।

গ্ৰেপ্তাৰ হোৱা লোকজনৰ পৰা ৩০টা (২টা ষ্ট্ৰীপ) নাইট্ৰজেপাম (Nitrazepam) টেবলেট, ৪টা ডুলো ফেনা (Dulo Fenae) টেবলেট আৰু সৰু পেকেটেৰে ৫ পেকেট বান্দৰ কেকোঁৱা উদ্ধাৰ হৈছে।

সন্দেহ কৰা হৈছে যে এই লোকজনে এই নিচাযুক্ত ঔষধখিনি ৰে’লযাত্ৰীসকলক নিচাগ্ৰস্ত কৰি লুটপাত কৰা আন আন অপকৰ্ম কৰাৰ বাবে ৰাখিছিল। এই সম্পৰ্কত ধাৰা ৩২০/৩৮০ৰ অধীনত গুৱাহাটীৰ চৰকাৰী ৰে’লৱে আৰক্ষী থানাত এটা গোচৰ (৩২৮/১৮) পঞ্জীয়ন কৰা হৈছে আৰু এই সন্দৰ্ভত এটা বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে। আজি ধৃত লোকজনক আদালতত হাজিৰ কৰোৱা হ’ব।

Recent News

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd