• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাগুৰী-মতাপুং বিলত খাৰুৱা তেলৰ প্ৰদূষণ বন্ধৰ দাবীত জিলা উপায়ুক্তলৈ স্মাৰকপত্ৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 24, 2018 7:44 pm
FB_IMG_1537414565598
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলা উপায়ুক্তক আজি অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ বাঘজান-মধূবন সংযোগী পাইপলাইনৰ পৰা খাৰুৱাতেল নিৰ্গত হোৱাৰ ফলত মাগুৰী-মতাপুং বিল আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত হোৱা প্ৰদূষণ সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান কৰে পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সংস্থাই(WECO)।

অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ বাঘজান তৈলখাদৰ পৰা মধুবনলৈ যোৱা তৈল পৰিবাহী পাইপলাইনৰপৰা ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত চোট হাপজান চাহবাগিছাৰ ১৯ নং ছেকছনত  যোৱা ইং ১৪ ছেপ্টেম্বৰ তাৰিখে খাৰুৱা তেল নিৰ্গত হৈ মাগুৰী, মতাপুং বিল আৰু ইয়াৰ আশ-পাশৰ অঞ্চলত সিচৰিত হৈ পৰে।

Apply Now

খাৰুৱা তেলৰ পৰা চোট হাপজান, লংচোৱাল, হাতীজান, পুৰণি মতাপুং, গৰিয়াটিং, হাতীবাট বাঘজান আৰু নতুন ৰঙাগৰা আদি অঞ্চলৰ স্থানীয় ৰাইজৰ খেতি পথাৰৰ লগতে পোহনীয়া জীৱ জন্তুৰো যথেষ্ট অনিষ্ট হৈছে। উল্লেখযোগ্য যে উক্ত খাৰুৱা তেলৰ পৰা আন্তৰাষ্ট্ৰীয় খ্যাত পক্ষীবিল (IBA – Important Bird Area) মাগুৰী – মতাপুং বিলৰ জৈৱ বৈচিত্ৰ্য তথা পৰিৱেশ তন্ত্ৰৰ ব্যাপক ক্ষতিসাধন কৰিছে।খাৰুৱা তেলৰ পৰা  বিলখনৰ মাছ-কাছকে আদি কৰি চৰাই-চিৰিকটিৰ লগতে পোহনীয়া আৰু বনৰীয়া জীৱ- জন্তুৰ বিস্তৰ ক্ষতিসাধন কৰিছে। সেয়েহে উক্ত বিষয়টোৰ ওপৰত অতি সোনকালে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আজি পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সংস্থাই তিনিচুকীয়া জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

উল্লেখিত স্মাৰকপত্ৰত সংস্থাই দাবী জনায় যে মাগুৰী-মতাপুং বিলৰ পানী অতি ক্ষিপ্ৰতাৰে সংশোধন কৰাৰ ব্যৱস্থা কৰক। স্থানীয় ক্ষতিগ্ৰস্ত কৃষক আৰু মাছমৰীয়া লোকসকলক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক আৰু বাঘজান- মধুবন সংযোগী পাইপ লাইনৰ স্থায়ী সুৰক্ষাৰ অৰ্থে নদীসংযোগী অঞ্চলত যথেষ্ট গভীৰতাত পুনৰ পাইপ বহুওৱাৰ ব্যৱস্থা কৰক অন্যথা পৰিবেশ সুৰক্ষা তথা গ্ৰামাঞ্চলৰ জনসাধাৰণৰ ক্ষতিপূৰণ দাবীত জনসাধাৰণৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সংস্থা(WECO)ৰ সম্পাদক মানৱ চুতীয়াই স্মাৰকপত্ৰখনত স্পষ্টভাৱে উল্লেখ কৰিছে।

এইক্ষেত্ৰত জিলা প্ৰশাসন তথা অইল ইণ্ডিয়াই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ’ব।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd