• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আৰক্ষীৰ প্ৰহাৰত মৃত্যু এজন প্ৰব্ৰজিত শ্ৰমিকৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 16, 2020 6:44 pm

1 min read

Death_Picture_EPS
2.2k
VIEWS
Share on FacebookShare on Twitter

আৰক্ষীৰ প্ৰহাৰত ওড়িশাৰ গঞ্জমত এজন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু ঘটিছে।

বৃহস্পতিবাৰে সামাজিক দূৰত্ব বজাই নৰখাৰ দোষত চুৰাট আৰক্ষীয়ে শ্ৰমিকজনক প্ৰহাৰ কৰিছিল।

আৰক্ষীৰ প্ৰহাৰত মৃত্যু ঘটা প্ৰব্ৰজিত শ্ৰমিকজন গঞ্জম জিলাৰ ভাঞ্জনগৰৰ সমীপৰ কুল্লাডা গাঁৱৰ সত্য চুৱেন বুলি জানিব পৰা হৈছে।

ঘটনাৰ দিনা সত্য নামৰ শ্ৰমিকজনে নিজৰ গৃহ টাউনৈ ওভতি অহাৰ পিছত চুৰাটত আৰক্ষী থানাত পঞ্জীয়নৰ বাবে উপস্থিত হৈছিল।

সত্যৰ লগতে অন্য কেবাজনো প্ৰব্ৰজিত শ্ৰমিকেও নিজ গৃহলৈ ওভতি অহাৰ পিছত পঞ্জীয়ন কৰিবলৈ থানাত সমবেত হৈছিল।

তেনে সময়তে আৰক্ষীয়ে শ্ৰমিকসকলে সামাজিক দূৰত্ব মানি নচলাত তেওঁলোকক প্ৰহাৰ কৰে।

উক্ত প্ৰহাৰত সত্য নামৰ শ্ৰমিকজন গুৰুতৰ ভাৱে আহত হয় আৰু তেওঁক স্থানীয় চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়।

পত্নীৰ সৈতে পাঁচ বছৰীয়া পুত্ৰ সন্তানক এৰি চিকিৎসালয়তে ৩০ বছৰীয়া শ্ৰমিক সত্যৰ মৃত্যু ঘটে।

Recent News

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd