• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰেমৰ জাল পাতি হিন্দু কিশোৰীক ধৰ্মান্তৰকৰণৰ ভয়ংকৰ ষড়যন্ত্ৰ : লক্ষ্ণৌত গ্ৰেপ্তাৰ মুছলমান যুৱক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2026 3:16 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দু নাম লৈ সামাজিক মাধ্যমত পৰিচয় গোপন কৰি কিশোৰীসকলক প্ৰেমৰ ফান্দত পেলোৱা আৰু পিছত ধৰ্মান্তৰকৰণৰ বাবে হেচাঁ দিয়াৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সৌৰভ সিং নাম লৈ হিন্দু ছোৱালীক লক্ষ্য কৰি লোৱা এজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযুক্ত যুৱকজনক শোৱেব আখটাৰ বুলি চিনাক্ত কৰা হৈছে যিয়ে দীৰ্ঘদিন ধৰি নিজৰ ধৰ্মীয় পৰিচয় লুকুৱাই এই অপৰাধ চলাই আহিছিল।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে ধৃত শোৱেব আখটাৰ আচলতে গোণ্ডাৰ বাসিন্দা আছিল আৰু লক্ষ্ণৌত এটা চেলুন পৰিচালনা কৰিছিল। ইনষ্টাগ্ৰামত সি সৌৰভ সিং নামেৰে এটা ভুৱা একাউণ্ট খুলিছিল যাৰ জৰিয়তে হিন্দু ছোৱালীৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছিল।

Apply Now

অভিযোগ অনুসৰি এই ভুৱা পৰিচয়ৰ আঁৰত সি ছোৱালীবোৰক প্ৰেমৰ ফান্দত পেলাইছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ আপত্তিকৰ ছবি আৰু ভিডিঅ’ সংগ্ৰহ কৰি ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিছিল। এই ব্যক্তিগত ফটোসমূহ ইণ্টাৰনেটত বিয়পাই দিয়াৰ ভাবুকি দি সি কিশোৰীসকলক ধৰ্মান্তৰিত হ’বলৈ বাধ্য কৰোৱাৰ চেষ্টা কৰিছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিছে।

এই সমগ্ৰ ঘটনাটো তেতিয়াহে পোহৰলৈ আহে যেতিয়া এগৰাকী নাবালিকাই অতি সাহসেৰে লক্ষ্ণৌ আৰক্ষীৰ ওচৰত গৈ নিজৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে। কিশোৰীগৰাকীয়ে জনোৱা মতে শোৱেবে নিজৰ ধৰ্ম লুকুৱাই তাইৰ সৈতে বন্ধুত্ব কৰিছিল আৰু পিছত যৌন নিৰ্যাতন চলাইছিল। কেৱল সিমানেই নহয় আপত্তিজনক ভিডিঅ’ ভাইৰেল কৰি দিয়াৰ ভয় দেখুৱাই তাইক ধৰ্ম সলনি কৰিবলৈও হেচাঁ দিছিল। এই অভিযোগৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে শোৱেবৰ মোবাইল ফোনৰ পৰা কেইবাগৰাকীও কিশোৰীৰ আপত্তিকৰ ফটো আৰু ভিডিঅ’ উদ্ধাৰ কৰিছে।

বিকেটিৰ সহকাৰী আৰক্ষী আয়ুক্ত জ্ঞানেন্দ্ৰ সিঙে সংবাদ মাধ্যমক জনাইছে যে অভিযুক্তক ইতিমধ্যে জিম্মাত লোৱা হৈছে আৰু তাৰ ছচিয়েল মিডিয়া একাউণ্টসমূহ নিৰীক্ষণ কৰা হৈছে। ধৃত যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা, উত্তৰ প্ৰদেশ ধৰ্মান্তৰ বিৰোধী আইন, আইটি এক্ট আৰু পকসো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। এই ঘটনাৰ লগত আৰু কোনো ডাঙৰ চক্ৰ জড়িত আছে নেকি সেই বিষয়েও আৰক্ষীয়ে তদন্ত চলাই আছে কাৰণ তদন্তকাৰীসকলৰ সন্দেহ যে এই চক্ৰটোৰ বলি আৰু বহুতো ছোৱালী হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm
গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd