• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামতাত ‍‘NEWS FIRST-অসম‍’ নামেৰে প্ৰথমটো নিউজ প’ৰ্টেলৰ শুভাৰম্ভ

NE NOW NEWS এন ই নাও নিউজ
চামতা , August 16, 2020 10:08 pm

1 min read

চামতাত ‍‘NEWS FIRST-অসম‍’ নামেৰে প্ৰথমটো নিউজ প’ৰ্টেলৰ শুভাৰম্ভ

ফটো : নৰ্থ-ইষ্ট নাও

553
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱসৰ দৰে এক পৱিত্ৰ দিনত চামতাৰ পৰা “NEWS FIRST-অসম” নামেৰে এটি প’ৰ্টেল নিউজ চেনেল প্ৰথম বাৰৰ বাবে শুভাৰম্ভ কৰে।

চামতা বালিপথাৰস্থ চেনেলটিৰ কাৰ্যালয়ত কালি স্বাধীনতা দিৱস পালন কৰাৰ লগতে এক মাংগলিক কাৰ্য্যসূচীৰে ক’ৰ’না সংকটৰ বাবে অনুস্তুপীয়াকৈ চেনেলটিৰ আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠান সম্পন্ন হয়।

দিনৰ ১২বজাত ফিটা কাটি শুভ উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ বৰ্মনে।

উদ্বোধনী ভাষন তথা সাংবাদিকক সম্বোধন কৰি দিয়া ভাষণত তেওঁ কয়, ‍‘বৰ্তমান বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ উন্নতি আৰু সংবাদ মাধ্যম বা সামাজিক প্ৰচাৰ মাধ্যমৰ প্ৰয়োজনীয়তা, দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি চেনেলটিৰ আত্মপ্ৰকাশ হৈছে’।

উদ্বোধক বৰ্মনে আৰু কয় যে অঞ্চলটিৰ কেইগৰাকীমান শিক্ষিত সমাজ সচেতক, উদ্যেগী যুৱক, সংবাদ সেৱীয়ে সংবাদ মাধ্যমৰ লক্ষ্য-উদ্দেশ্যৰে আগবাঢ়ি সমাজ তথা দেশ-জাতিৰ বাবে সেৱাৰ বাবে আগবাঢ়ি আহিছে।

বৰ্মনে কম্পিউটাৰৰ চুইটছ ক্লিক কৰি চেনেলটিৰ এটি নিউজৰ শুভাৰম্ভ কৰে।

শুভাৰম্ভণি অনুষ্ঠানত চেনেলটিৰ বিষয়-ববীয়া বিপল দত্ত, মুনিন্দ্ৰ বৰ্মন, সঞ্জীৱ চৌধুৰী, ৰাজীৱ চৌধুৰী, মনোমহন শৰ্মা, মিজানুৰ আলম আদিৰ লগতে চামতা অঞ্চলৰ লগতে জিলাখনৰ  বিভিন্ন ঠাইৰ পৰা অহা বিশিষ্ট ব্যক্তি, সংবাদ সেৱী আদি উপস্থিত থাকে।

Recent News

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

index.jpg1

এতিয়াৰে পৰা ৰাজহুৱা স্থানত পিক পেৱোলা বন্ধ কৰক; মাস্ক পিন্ধক : নিয়ম উলংঘা কৰিলে ভুগিব লাগিব শাস্তি!

index

গোলাঘাটৰ সুভাষ কলনিত ভয়াৱহ অগ্নিকাণ্ড : লক্ষাধিক সম্পত্তিসহ এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd