• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১৪৯ বছৰৰ পিছত হ’ব দ্বিতীয়টো বৃহৎ আংশিক চন্দ্ৰগ্ৰহণ; কোন কোন স্থানৰ পৰা দেখা পাব এই চন্দ্ৰ গ্ৰহণ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 12, 2019 4:21 pm

1 min read

১৪৯ বছৰৰ পিছত হ’ব দ্বিতীয়টো বৃহৎ আংশিক চন্দ্ৰগ্ৰহণ; কোন কোন স্থানৰ পৰা দেখা পাব এই চন্দ্ৰ গ্ৰহণ?
1.5k
VIEWS
Share on FacebookShare on Twitter

এটা দুটা বছৰ নহয় ১৪৯ বছৰৰ পিছত দ্বিতীয়বাৰৰ বাবে দেখা পোৱা যাব দ্বিতীয়টো বৃহৎ আংশিক চন্দ্ৰ গ্ৰহণ। এই দ্বিতীয়টো বৃহৎ আংশিক চন্দ্ৰ গ্ৰহণ দেখা পোৱা যাব ১৬ জুলাই আৰু ১৭ জুলাইত।

সূৰ্য গ্ৰহণৰ পিছতে বছৰটোৰ হ’ব লগীয়া দ্বিতীয়টো বৃহৎ আংশিক চন্দ্ৰ গ্ৰহণ ১৬ জুলাইৰ পুৱতি নিশা ১.৩০ বজাৰ পৰা ১৭ জুলাইৰ পুৱা ৪.৩০ বজালৈকে হ’ব। সুদীৰ্ঘ ১৪৯ বছৰৰ পিছত দেখা পোৱা যাব দ্বিতীয়টো বৃহৎ চন্দ্ৰ গ্ৰহণ।

ভাৰতৰ সকলো স্থানৰ পৰাই এই আংশিক চন্দ্ৰ গ্ৰহণ আৰম্ভণিৰ পৰা শেষলৈকে দেখা পোৱা যাব। অৱশ্যে অৰুণাচলৰ উত্তৰ-পূব অংশৰ পৰা এই আংশিক চন্দ্ৰ গ্ৰহণ দেখা পোৱা নাযাব।

লগতে অষ্ট্ৰেলিয়া, দক্ষিণ আমেৰিকা, নিউজিলেণ্ড আদিৰ লগতে কাষৰীয়া কিছুমান দীপৰ পৰাও দেখা পোৱা যাব এই বৃহৎ আংশিক চন্দ্ৰ গ্ৰহণটো।

উল্লেখযোগ্য যে ১৮৭০ চনত প্ৰথম বৃহৎ চন্দ্ৰ গ্ৰহণ দেখবিলৈ পোৱা গৈছিল ইয়াৰ পিছতে দ্বিতীয়টো বৃহৎ চন্দ্ৰ গ্ৰহণ চলিত বৰ্ষৰ ১৬ আৰু ১৭ জুলাইত দেখিবলৈ পোৱা যাব।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd