DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ বিৰুদ্ধে আমেৰিকাৰ ৰাজপথত ক্ষোভৰ জুই; ৰবৰ গুলীত চিৰদিনৰ বাবে এটা চকু হেৰুৱালে মহিলা চিত্ৰ সংবাদিকে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2020 9:05 pm
আঘাতপ্ৰাপ্ত সাংবাদিক গৰাকী

আঘাতপ্ৰাপ্ত সাংবাদিক গৰাকী

541
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰত জৰ্জ ফ্ল’য়দ নামৰ আফ্ৰিকান-আমেৰিকান এগৰাকী লোকক আৰক্ষীয়ে অমানসিক শাস্তি দি হত্যা কৰা ঘটনাৰ বিৰোধিতাৰে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দেশখনৰ নাগৰিকে।

ৰাজপথত হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বাহিনীয়ে কন্দুৱা গেছ, ৰবৰ বুলেট নিক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

আৰক্ষীৰ ৰবৰ গুলীত এগৰাকী চিত্ৰ সাংবাদিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ আৰু চিৰদিনৰ বাবে এটা চকু হেৰুৱাবলগীয়া হয়।

৩৭ বছৰীয়া চিত্ৰ সাংবাদিক গৰাকীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ ফটো আপলোড কৰি এই কথা প্ৰকাশ কৰে।

‘‘চিকিৎসকে ছয় সপ্তাহৰ বাবে মোক সম্পূৰ্ণৰূপে কামলৈ নাযাবলৈ উপদেশ দিছে। ভবিষ্যতে মই এটা চকুৰে কাম কৰিব লাগিব,’’ ৩৭ বছৰীয়া মহিলা চিত্ৰ সাংবাদিক গৰাকীয়ে লিখে।

জৰ্জ ফ’য়েদৰ বৰ্বৰ হত্যাৰ প্ৰতিবাদ আৰু ন্যায় বিচাৰি আমেৰিকাৰ ৰাজপথত নমা প্ৰতিবাদকাৰী সকলে বহু ঠাইত দোকান-পোহাৰৰ ওপৰতো লুট-পাত চলোৱা দেখা যায়।

Recent News

Dog killed three-day-old baby in Panipat

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd