• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তেজপুৰৰ গণেশঘাটত আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহ

NE NOW NEWS এন ই নাও নিউজ
তেজপুৰ , October 24, 2018 6:45 pm

1 min read

তেজপুৰৰ গণেশঘাটত আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহ
312
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ প্ৰতিখন জিলাৰ লোকে আজিৰ দিনটোত লক্ষী পূজা পালন কৰাৰ সময়তে তেজপুৰৰ গণেশঘাটত এজন আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গণেশঘাটত উদ্ধাৰ হোৱা আৰক্ষী জোৱানজন চতিয়াৰ কৰতিগাঁৱৰ নিৱাসী মিণ্টু বৰা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

মনকৰিব লগীয়া যে মৃতদেহটো উদ্ধাৰৰ সময়ত মৃতদেহৰ মুখমণ্ডলত স্পষ্ট ৰূপত আঘাতৰ চিন দেখা পোৱা গৈছে। গতিকে এই সমগ্ৰ ঘটনাটো হত্যা নে আত্মহত্যা সেয়া এক ৰহস্যৰ আৱৰ্তত।

ইফালে মৃতদেহৰ কাষত সুৰাৰ বটল উদ্ধাৰ হোৱাত একাংশ স্থানীয় লোকে নিশা কোনো লোকৰ সৈতে সুৰাপান কৰাৰ পিছত কাজিয়াত লিপ্ত হৈও মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু তদন্তৰ অন্ততহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।

Recent News

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

IMG-20210121-WA0033

উত্তৰ পূব কয়লা ক্ষেত্র পৰিদৰ্শন কৰি কেন্দ্র-ৰাজ্য চৰকাৰক সমালোচনা ভাৰতীয় মজদূৰ সংঘৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd