• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ ৰাজীৱ ভৱন

কংগ্ৰেছত আছে বিজেপিৰ এজেন্টৰূপে কাম কৰা বিধায়ক!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 17, 2020 12:47 pm
066674c2-a7b3-4919-8cfa-4c6883a68c40

ৰাজীৱ ভৱনত সোমবাৰে কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ প্ৰতিবাদ। ফটো: নৰ্থইষ্ট নাও

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছত পুনৰ স্পষ্ট হৈ পৰিছে নেতৃত্বকেন্দ্ৰিক সংঘাত। বিজেপিৰ বিৰুদ্ধে নহয় কংগ্ৰেছী নেতাৰ বিৰুদ্ধে কংগ্ৰেছীৰ প্ৰতিবাদত উত্তাল হৈ পৰিল ৰাজীৱ ভৱন।

হাজো সমষ্টিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দুলু আহমেদৰ সমৰ্থকে দুলু আহমেদকেন্দ্ৰিক কেতবোৰ দাবীৰে ৰাজীৱ ভৱনৰ চৌহদ উত্তাল কৰি তোলে।

Apply Now

দুলু আহমেদৰ নিলম্বন ২৪ ঘন্টাৰ ভিতৰত প্ৰত্যাহাৰ কৰক, ২১ৰ নিৰ্বাচনত দুলু আহমেদক হাজোৰ পৰা টিকট প্ৰদান কৰক এনেবোৰ দাবীৰে  ৰাজীৱ ভৱনৰ চৌহদ উত্তাল কৰিলে শতাধিক দুলু আহমেদৰ সমৰ্থকে।

যি সময়ত বিজেপিৰ বিভিন্ন ইচ্ছু বা কামৰ বিৰুদ্ধে ৰাজীৱ ভৱনত প্ৰতিবাদ সাব্যস্ত হ’ব লাগিছিল সেই সময়তে কংগ্ৰেছত দেখিবলৈ পোৱা গৈছে নেতৃত্বকেন্দ্ৰিক খোৱা-কামোৰা।

এনেয়ো জুৰুলা অৱস্থা তাতে আকৌ নিজ দলৰ নেতাৰ বিৰুদ্ধে মুকলি প্ৰতিবাদ কৰি বিজেপিক নিৰ্বাচনী ৰণত জয়ী হোৱাৰ বাটটো যেন মুকলি কৰি দিয়াৰ প্ৰয়াস একাংশ কংগ্ৰেছীৰ। যেন নেতৃত্বকেন্দ্ৰিক সংঘাতৰ চুড়ান্ত নিদৰ্শন এই প্ৰতিবাদ।

‘আমি লাজ পাইছো যি সময়ত আমি বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিছিল সেই সময়ত আমি কংগ্ৰেছৰ একাংশ নেতৃত্বৰ ভুলৰ কাৰণেই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। ৰকিবুল হুছেইনৰ নিৰ্দেশতে দুলু আহমেদক কংগ্ৰেছৰ পৰা নিলম্বন কৰিছিল। গতিকে ২৪ ঘন্টাৰ ভিতৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নিলম্বন প্ৰত্যাহাৰ কৰক।‘ চাহিদ চান হক নামৰ এজন দুলু আহমেদৰ সমৰ্থকে এইদৰে কয়।

ইপিনে, দুলু আহমেদৰ সমৰ্থকসকলৰ মতে কংগ্ৰেছত আছে বিজেপিৰ এজেন্ট। এজন কংগ্ৰেছী বিধায়কে কৰে বিজেপি নেতাৰ গুণানুকীৰ্তন তথা কংগ্ৰেছত থাকিও বিজেপিৰ হৈ কাম কৰে কংগ্ৰেছী বিধায়কে।

নাম প্ৰকাশ নকৰাকৈ ছয়গাওঁ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদক আক্ৰমণ কৰে দুলু আহমেদৰ সমৰ্থকে।

উল্লেখযোগ্য যে, সদ্য নিলম্বিত কংগ্ৰেছী দুলু আহমেদৰ লগত প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ সংঘাত দীৰ্ঘদিনীয়া।

যি সময়ত কংগ্ৰেছ, এআইয়ুডিএফকে ধৰি অন্যান্য ৰাজনৈতিক দলৰ মহাজোঁটবন্ধনৰ কথা কৈ অহা হৈছে সেই সময়তে কংগ্ৰেছৰ ভিতৰছোৱাৰ এনে কেতবোৰ কণ্ডলৰ বহিঃপ্ৰকাশে পুনৰবাৰ উদঙাইছে কংগ্ৰেছৰ লবিকেন্দ্ৰিক সংঘাত।

এনে পৰিপ্ৰেক্ষিতত নেতৃত্বকেন্দ্ৰিক সংঘাতত জুৰুলা কংগ্ৰেছে এআইয়ুডিএফৰ লগ লাগিলেও বিজেপিক পৰাভূত কৰিব পাৰিবনে? সেয়া বিচাৰ্য্যৰ বিষয় হৈ পৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am
‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd