• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিচাং ৰজাবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড; স্ক্ৰু ড্ৰাইভাৰেৰে হানি খুচি হত্যা ট্ৰাক চালকক

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
February 3, 2021 7:35 pm
murder in sibsagar

ফটো: নৰ্থইষ্ট নাও।

320
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ দিচাং ৰজাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ভাৰতীয় খাদ্য নিগমৰ চাউল কঢ়িওৱা ট্ৰাকৰ এজন চালকক নৃশংসভাৱে ভাৱে হত্যা কৰা হৈছে ৷

স্ক্ৰু ড্ৰাইভাৰেৰে হানি খুচি হত্যা ট্ৰাক চালক ইনামুল হুছেইনক ৷

বলিয়াঘাটৰ নিৱাসী ইনামূল হুছেইনে কালি নিশা দক্ষিণ মাহমৰাত চাউল নমাই উভতি অহাৰ পথত দিচাং ৰজাবাৰীত সংঘটিত হয় লোমহৰ্ষক এই হত্যাকাণ্ড ৷

হত্যাকাণ্ড সংঘটিত হোৱাৰ প্ৰাক মুহূৰ্তত দুৰ্ভগীয়া ইনামুলে কৰিছিল এক বিস্ফোৰক মন্তব্য ৷

‘মোক যদি শেষ বাৰৰ বাবে চাবলৈ মন আছে তেন্তে মোলৈ ভিডিঅ কলিং কৰা ৷’ মৃত্যুৰ আগমুহূৰ্তত চালক পত্নী চালমালৈ ইনামুলে প্ৰেৰণ কৰিছিল এই শেষ বাৰ্তা ৷

অন্তিম ফোনটোত এজন হত্যাকাৰীৰ নামো উল্লেখ কৰে দুৰ্ভগীয়া ইনামুলে ৷

হত্যাৰ প্ৰাক মুহূৰ্তত তেওঁ ললিতৰ নাম উল্লেখ কৰে ৷

নিশা প্ৰায় এঘাৰ বজাত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷

পৰিয়ালৰ লোকে শিৱসাগৰ সদৰ থানাত ললিত, হৰিকান্ত, পাপু, লাহণৰ নাম উল্লেখেৰে এখন এজাহাৰ দাখিল কৰিছে ৷

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুৰ্ভগীয়া ইনামুলে চলোৱা  এএচ ০১ এচি ১৬০৬ নম্বৰৰ খালি ট্ৰাকখন উদ্ধাৰ কৰাৰ লগতে এজন হত্যাকাৰীয়ে ব্যৱহাৰ কৰা এ এচ ০১ এচ  ৯৯৮৪ নম্বৰৰ ট্ৰাক দুখন জব্দ কৰিছে ৷

এই ঘটনাই শিৱসাগৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইনামুলৰ মৃতদেহ ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

ইপিনে,পত্নী চালমা বেগমে সংবাদ মাধ্যমৰ সন্মুখত বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৷

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd