• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় ঘাইপথৰ বুজ ল’বলৈ ডিমা হাচাওত জাপানীজ বিশেষজ্ঞৰ দল

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
November 14, 2019 7:34 am
IMG-20191113-WA0027

ফটো : নৰ্থ-ইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় ঘাইপথৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল’বলৈ দুদিনীয়া কাৰ্যসূচীৰে ডিমা হাচাও জিলাত বুধবাৰে উপস্থিত হৈছে জাপানীজ বিশেষজ্ঞৰ এটা দল।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ ৰিজ’নেল অফিচাৰ অলোক কুমাৰক লগত লৈ বিশেষজ্ঞৰ দলটোৱে পাৰ্বত্য জিলাৰ হাতিখালী, লাঙটিং, মাহুৰ আৰু জাতিংগা এলেকা পৰিদৰ্শন কৰে।

Apply Now

লাঙটিঙৰ ওচৰৰ হাতিখালী আৰু দিহাখু এলেকাত চাপৰে চাপৰে খহা ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰি ভূমিস্খলন এলেকাৰ বুজ লয় জাপানীজ বিশেষজ্ঞ দলে। দলটোৱে খহি যোৱা ঘাইপথৰ চয়েল সংগ্ৰহ কৰে।

ইফালে যোৱা কিছুদিনত হোৱা নেৰানেপেৰা বৰষুণত লাঙটিং আৰু কালাচান্দৰ মাজৰ চাৰিলেনযুক্ত ঘাইপথৰ অধিক ক্ষতি হোৱা ঠাইত কেইবা ঘন্টা ধৰি পৰিদৰ্শন কৰে বিশেষজ্ঞ দলে।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটীত থকা ৰিজ’নেল কাৰ্যালয়ৰ চিফ জেনেৰেল মেনেজাৰ অলোক কুমাৰে কয় ‘ঘাইপথৰ প্ৰায় বিশ ফুট তলেৰে বৰষুণৰ পানী সোমাই ভূমিস্খলনৰ সৃষ্টি কৰে। যাৰ প্ৰত্যক্ষ প্ৰভাৱত পথ খহি যায়’।

কুমাৰে লগতে কয় যে জাপানীজ বিশেষজ্ঞ দলে মাটি খহি যোৱাৰ কাৰণ উদ্ভাৱন কৰাৰ উপৰি ইয়াৰ ট্ৰিটমেন্টৰ কাৰণে কি ব্যৱস্থা ল’ব লাগিব সেয়াও জনাব।

আজি বিশেষজ্ঞ দলটোৱে জাতিঙ্গা-হাৰাঙ্গাজাও পঁচিশ কিলোমিটাৰ এলেকা পৰিদৰ্শন কৰিব। পঁচিশ কিলোমিটাৰ অংশৰ বৰমুলকৈ, ৰেখ’ আৰু কাপুৰচেৰা এলেকাৰ ভূমিস্খলন প্ৰৱণতা এলেকাৰ বুজ ল’ব। লগতে ভৌগলিক অৱস্থানো চোৱা হ’ব আৰু এই পৰিদৰ্শনৰ পাছত নতুনকৈ ঘাইপথ নিৰ্মাণৰ ডিপিআৰ প্ৰস্তুত কৰিব নাহাই(NHAI)এ।

সংবাদ মাধ্যমৰ লগত হোৱা সাক্ষাৎকাৰত চিফ জেনেৰেল মেনেজাৰ অলোক কুমাৰে কয় যে জাতিঙ্গা-হাৰাঙ্গাজাও বৰ্তমান পথ সংস্কাৰৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ৫৪ কোটি টকাৰ অনুদান দিছে।

ইতিমধ্যে নিবিদা আহ্বানৰ কাম সম্পূৰ্ণ হৈছে। এনে পৰিপ্ৰেক্ষিতত ডিচেম্বৰৰ প্ৰথম সপ্তাহত সংস্কাৰৰ কাম আৰম্ভ হোৱা সম্ভৱ হ’ব।

উল্লেখনীয় যে আজি নাহাইৰ চিজিএম অলোক কুমাৰে ছাত্ৰ সংগঠন ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰামৰ প্ৰতিনিধিৰ সৈতে জাতিঙ্গাত ঘাইপথ সম্পৰ্কে এখন বৈঠকত মিলিত হয়।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd