DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

 জাগুনত ডাম্পাৰৰ খুন্দাত এজনৰ মৃত্যু : ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ উত্তেজিত ৰাইজৰ 

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
November 23, 2018 9:57 pm
IMG-20181123-WA0028
258
VIEWS
Share on FacebookShare on Twitter

আজি ২৩ নৱেম্বৰৰ সন্ধ্যা তিনিচুকীয়া জিলাৰ জাগুনত সংঘটিত এক পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ উত্তেজনা। উত্তেজিত শতাধিক ৰাইজে জাগুনৰ ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল কৰি তোলে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে জাগুনৰ পৰা মাৰ্ঘেৰিটা দিশে আহি থকা এএছ২৩ এছ৬০৮৩ আৰু এআৰ ১১-৮০৬২ নম্বৰৰ মটৰ চাইকেল  দুখনত অহা চাৰিজনকৈ বাইক আৰোহীক জাগুনৰ ছয় মাইলৰ ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিপৰীত দিশৰ পৰা অহা এখন ডাম্পাৰে মহতীয়াই নিয়ে। ফলত  ঘটনাস্থলীতে নিহত হয় কমল উপাধ্যায় (৩৫)।  ডাম্পাৰখনৰ খুন্দাত জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰৰ পাঁচ মাইল অঞ্চলৰ বাসিন্দা কমল উপাধ্যায়ৰ শৰীৰ ছিন্ন ভিন্ন হৈ পৰে।

দুৰ্ঘটনাটোত আহত তিনিগৰাকীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইপিনে এই দুৰ্ঘটনাৰ পাছতেই উত্তেজিত জনতাই দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ জব্দৰ দাবীত ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল কৰি তোলা উত্তেজিত জনতাই নিহত কমল উপাধ্যায়ৰ মৃতদেহ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আৰক্ষীক বাধা প্ৰদান কৰে। বাতৰি লেখা সময়লৈকে মৃতদেহ উঠাই নিবলৈ দিয়া নাই আৰু এই পৰ্যন্ত দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনো আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হোৱা নাই।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd