• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

 ৰাজ্যৰ তথ্য বিকাশপেডিয়াত অন্তৰ্ভুক্ত কৰিবলৈ ত্ৰিপুৰা মহিলা আয়োগৰ অধ্যক্ষাৰ আহ্বান

পান্না ঘোষ by পান্না ঘোষ
October 5, 2018 4:05 pm
u-1-750x375
102
VIEWS
Share on FacebookShare on Twitter

ৰাজহুৱা উৎসৰ জৰিয়তে জ্ঞান ব্যৱস্থাপনা কৰাৰ বাবে ৰাজ্যিক পৰামৰ্শ আলোচনাচক্ৰ এখন ত্ৰিপুৰাৰ ধৰ্মনগৰত আয়োজন কৰা হয়। জিলা দণ্ডাধীশৰ কাৰ্যালয়ৰ আলোচনাকক্ষত গ্ৰামোন্নয়ন কেন্দ্ৰই  (CRD) এই আলোচনাচক্ৰখন আয়োজন কৰিছিল।

উল্লেখ্য যে বিকাশপেডিয়া হৈছে ভাৰত চৰকাৰৰ দ্বাৰা আগবঢ়োৱা অনলাইন তথ্য নিৰ্দেশনা বেৱচাইট। এই ৱেবছাইটটো বাস্তৱায়িত কৰিছে হাইদৰাবাদৰ চি-ডাকে আৰু যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি বিভাগে ইয়াক পৰিচালিত কৰে।

অসমীয়াকে ধৰি দেশখনৰ ২২ ভাষাত বিকাশপেডিয়া প্ৰকাশিত হয় আৰু ইয়াৰ কৃষি, স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, শক্তি আৰু ই-গভৰ্নেঞ্চ এই ৬টা ড’মেইন আছে।

অসমীয়া বিকাশপেডিয়াই অসমৰ অখণ্ডতা আৰু শিপাক দৃঢ়তাৰে ৰখাত নিজস্ব ভূমিকা পালন কৰি আছে। এই প্ৰৰ্যন্ত বিকাশপেডিয়াৰ নিৰ্দিষ্ট ড’মেইনত ৪০,০০০তকৈও অধিক পৃষ্ঠা আপলোড কৰা হৈছে।  সমগ্ৰ বিশ্বত অসমীয়া বিকাশপেডিয়া ৫লাখ লোকে চাইছে।

ত্ৰিপুৰাৰ আলোচনাচক্ৰখন উদ্বোধন কৰে ত্ৰিপুৰা মহিলা আয়োগৰ অধ্যক্ষা বৰ্ণালী গোস্বামীয়ে। আৰক্ষীৰ উপ তত্বাৱধায়ক দীপাংকৰ পাল, চিকেডিৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালক ড০ প্ৰদীপ কুমাৰ শৰ্মাই  কেনেদৰে বিশেষ বিশেষ বিষয়ৰ প্ৰৱন্ধ নিজৰ নিজৰ ভাষাত বিকাশপেডিয়াত অন্তৰ্ভুক্ত কৰিব লাগে সেয়া আলোচনাচক্ৰত উপস্থিত সকলো সদস্যৰ আগত ব্যখ্যা কৰিছিল।

গ্ৰামোন্নয়ন কেন্দ্ৰৰ গোটটোৱে বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনায়। গ্ৰামোন্নয়ন কেন্দ্ৰৰ ৰাষ্ট্ৰীয় সমন্বয়ক বিশ্বজ্যোতি বৰুৱাই বিকাশপেডিয়াৰ পুংখানুপুংখ ব্যাখ্যা প্ৰদান কৰে।

অখণ্ড বিকাশ পৰিষদৰ সাধাৰণ সচিব কান্ত নাথে সকলোকে স্বেচ্ছামূলকভাৱে ৰাজ্যখনৰ তথ্যসমূহ বিকাশপেডিয়াৰ বিশ্বজনীন মঞ্চখনত প্ৰকাশ কৰাৰ বাবে আৱেদন জনায়।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd