• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আদৰ্শ চিকিৎসালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকৰ বাবে খাদ্য যোগান ধৰিলে শিক্ষকে

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , April 6, 2020 9:11 pm

1 min read

IMG_20200406_095735

ফটো : নৰ্থ-ইষ্ট নাও

2.9k
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ ৰ সংক্ৰমণক বাধা দিয়াৰ উদ্দেশ্যে বাক্সা জিলাৰ নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত ১১ জনকৈ লোকক ৰাখি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে।

নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়খনত কোৱাৰেণ্টাইনত ৰখা ১১ গৰাকী লোকক চৰকাৰী ভাৱে খোৱা লোৱাৰ ব্যৱস্থা নকৰাত চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ মনোহৰ দাসে নিজা ববীয়াকৈ খাদ্যৰ যোগান ধৰি আহিছে।

এই কথা জানিব পাৰি তামুলপুৰৰ বটিয়ামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আদিত্য সিংহই আজি নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত উপস্থিত হয় আৰু চিকিৎসকৰ উপস্থিতিত কোৱাৰেণ্টাইন হৈ থকা লোক কেইজনৰ অৱস্থাৰ বুজ লয়।

লোক কেইজনৰ খবৰ লোৱাৰ উপৰি আদিত্য সিংহই এই লোক কেইজনৰ খোৱাৰ বাবে চাউল, দাইল, মিঠাতেল, নিমখ আৰু কেঁচা শাক-পাচলিৰ টোপোলা চিকিৎসালয় খনৰ অধীক্ষক ডাঃ মনোহৰ দাসৰ হাতত অৰ্পণ কৰে।

শিক্ষক গৰাকীৰ এনে মহানুভৱতাৰ বাবে তেওঁক চিকিৎসালয় কৰ্তৃপক্ষই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd