• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথত জিলা প্ৰশাসনৰ অভিযানত পুনৰ বৃহৎ পৰিমাণৰ গুটখা সামগ্ৰী জব্দ

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , May 1, 2020 2:55 pm

1 min read

বিশ্বনাথত জিলা প্ৰশাসনৰ অভিযানত পুনৰ বৃহৎ পৰিমাণৰ গুটখা সামগ্ৰী  জব্দ

ফটো : নৰ্থ-ইষ্ট নাও

1.6k
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথত গুটখা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে জিলা প্ৰশাসনৰ অভিযান। জিলাখনত নিষিদ্ধ ঘোষণা কৰাৰ পিছৰে পৰা গুটখা জাতীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে চোকা নজৰ ৰাখিছে জিলা প্ৰশাসনে।

আজিও জিলাখনৰ একাধিক ঠাইত অভিযান চলাই জিলা প্ৰশাসনে প্ৰায় ৮০ হাজাৰ টকাৰ এনে নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে।

বিশ্বনাথ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ বিশ্বজিৎ শইকীয়া, আবকাৰী পৰিদৰ্শক শৰৎ তিমুং আৰু খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ পৰিদৰ্শক ভবেন কুমাৰৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে জিলাখনৰ পাভৈ ৰ’ডত থকা কিশোৰ ট্ৰেডিং আৰু দৈনিক বজাৰৰ আশীষ পাল ষ্ট’ৰত অভিযান চলাই এই সামগ্ৰী সমুহ জব্দ কৰে।

অভিযানকাৰী দলটোৱে ব্যৱসায়ী কেইজনৰ পৰা কমলা পচন্দ, চিখৰ, জৰ্দা, গ’ল্ড লাইন, বিমল আদিৰ পেকেট জব্দ কৰে। জিলাখনৰ প্ৰতি ঠাইতে এনে নিষিদ্ধ ঘোষিত সামগ্ৰী সমুহৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে দেশত চলি লকডাউনৰ সময়ত যাতে জিলাখনৰ কোনো ব্যৱসায়ীয়ে গুটখা, ধপাত, পানমছলা জাতীয় সামগ্ৰীৰ বিক্ৰী তথা ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে যোৱা ১৭ এপ্ৰিলত বিশ্বনাথ জিলা দণ্ডাধীশে এক নিৰ্দেশ যোগে নিষেধাজ্ঞা আৰোপ কৰিছিল।

Recent News

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd