• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱৰ কলিয়াবৰত আৰক্ষী-আছাম ৰাইফলছৰ অভিযানত মাৰণাস্ত্ৰসহ আটক যুৱক

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
November 30, 2018 1:01 pm
Screenshot_20181130_115437

ফটো : নৰ্থ-ইষ্ট নাও

473
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে বিয়লি কলিয়াবৰ আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা যুটীয়া অভিযানকাৰী দলে এক অভিযান চলাই অবৈধ মাৰণাস্ত্ৰৰ সৈতে এজন যুৱকক আটক কৰে।

এক সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত যুটীয়া অভিযানকাৰী দলটোৱে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা তালাচীৰ সময়তে তেজপুৰৰ পৰা নগাঁৱৰ দিশে আহি থকা এখন আল্ট্ৰা গাড়ীৰ পৰা এটা চেভেন পইন্ট চিক্স ফাইভ পিষ্টলৰ সৈতে আটক কৰে যুৱকজনক।

ধৃত যুৱকজনক আব্দুল ইছলাম ওৰফে এবাদুল বুলি কলিয়াবৰ আৰক্ষীয়ে চিনাক্ত কৰি উলিয়াইছে। আনহাতে, ধৃত এবাদুলৰ লগত লেকিন নামৰ এজন সহযোগীও আছিল কিন্তু  বৰ্তমান পলাতক অৱস্থাত আছে।

Screenshot_20181130_115456
অভিযানকাৰী দলটোৱে জব্দ কৰা পিষ্টলটো
ফটো : নৰ্থ-ইষ্ট নাও

ধৃত এবাদুলক সম্প্ৰতি কলিয়াবৰ আৰক্ষীৰ জিম্মাত ৰাখি অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ তথা অনৈতিক কামত লিপ্ত থকা দলটোৰ বিষয়ে আৰু অধিক তথ্য সংগ্ৰহ কৰাৰ বাবে জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ধৃত এবাদুলে ক’ৰ পৰা কি উদ্দেশ্যে এইদৰে অবৈধ মাৰণাস্ত্ৰ লৈ আহিছিল সেই কথা এতিয়াও ৰহস্যৰ আৱৰ্তত যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

বৃহস্পতিবাৰে আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা কাৰ্যই জিলাখনত যে এতিয়াও অবৈধ মাৰণাস্ত্ৰৰ ৰমৰমীয়া বেহা অব্যাহত আছে সেয়া প্ৰমাণ কৰি দিলে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd