DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এপল’ হস্পিতাল গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে শিশুৰ হৃদৰোগ সম্বন্ধীয় স্বাস্থ্য শিবিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 25, 2018 12:58 pm
এপল’ হস্পিতাল গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে শিশুৰ হৃদৰোগ সম্বন্ধীয় স্বাস্থ্য শিবিৰ
279
VIEWS
Share on FacebookShare on Twitter

এপল’ হস্পিতাল, গুৱাহাটীত শনিবাৰৰ পৰা দুদিন ধৰি চেন্নাইস্থিত এপল’ হস্পিতালৰ বিশেষজ্ঞ সকলে শিশুসকলৰ হৃদৰোগ সম্বন্ধীয় এক বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিছে। লগতে এপল’ চিলড্ৰেন্‌ছ হস্পিতালৰ উদ্যোগত শিশুৰ হৃদপিণ্ড সুৰক্ষাৰ বাবে এখন আঁচনিও গ্ৰহণ কৰিছে।

১৬ বছৰৰ তলৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিশু ৰোগীৰ হৃদপিণ্ডৰ কোনো বিসংগতিৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’লে সেই অস্ত্ৰোপচাৰ চেন্নাইস্থিত এপল’ চিলড্ৰেন হস্পিতালত সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়োৱা হ’ব বুলি এপল’ হস্পিতালৰ শিশু হৃদৰোগ বিশেষজ্ঞ ডাঃ চি এছ মুথুকুমাৰনে জানিবলৈ দিয়ে।

চেন্নাইস্থিত এপল’ চিলড্ৰেন্‌ছ হস্পিতালৰ উদ্যোগত এপল’ হস্পিতাল গুৱাহাটীৰ সহযোগত গুৱাহাটীত আয়োজিত সংবাদ মেলত এপল’ হস্পিতালৰ শিশু হৃদৰোগ বিশেষজ্ঞ ডাঃ নেভিল এ জি ছলমনে কয় যে, ‘আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিশুৰ হৃদৰোগ সম্বন্ধীয় যিকোনো সমস্যা, উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ কৰা, ছালৰ ৰং নীলা পৰা, খাবলৈ মন নকৰা, ওজন সঠিক নোহোৱা, বেছিকৈ ঘামি থকা, চেতনা হেৰুওৱা আদি সমস্যাত ভোগা ৰোগীৰ সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে এপল’ হস্পিতাল।’

সংবাদমেলত চেন্নাইস্থিত এপল’ হস্পিতালৰ উপাধ্যক্ষ সুদৰ্শন, গুৱাহাটী এপল’ হস্পিতালৰ শিশুৰোগ বিশেষজ্ঞ ডাঃ পূজা বেনাৰ্জী বৰুৱা আদি কেইবাজনো চিকিৎসক উপস্থিত থাকে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd