• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এক ব্যতিক্ৰমী Birthday party; গছপুলিৰে আলহীক আতিথ্য

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
May 30, 2019 8:03 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হত্যা-হিংসা-বোমা-ৰাজনীতিৰ কলুষিত বতাহ জাকৰ ভিৰত ভাল খবৰ বোৰ হেৰাই নাযায়। কংক্ৰিটৰ মহানগৰীত এটা পৰিয়ালে দেখুৱালে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন।

মহানগৰীত কেতিয়াও নোহোৱা এক পৰম্পৰা দেখিবলৈ পোৱা গ’ল গুৱাহাটীৰ ভেটাপাৰাৰ খেৰাকুছিত। বুধবাৰে খেৰাকুছিৰ এক জন্মদিনৰ আভ্যৰ্থনা অনুষ্ঠানত অতিথিক উপহাৰ হিচাপে দিয়া হ’ল একোটাকৈ গছপুলি।

Apply Now

সাৰংগ ভূঞা আৰু লোপামুদ্ৰা মহন্ত ভূঞাৰ একমাত্ৰ কন্যা আৰ্হিৰ ওপজা দিনত জাকজমকীয়া আয়োজনৰ মাজতে উক্ত বিশেষ কাৰ্যই আপ্লুত কৰিলে সকলোকে।

আভ্যৰ্থনা অনুষ্ঠানলৈ অহা প্ৰায় ৫ শতাধিক লোকৰ প্ৰত্যেককে দিয়া হ’ল একোটাকৈ গছপুলি। পতি-পত্নী দুয়োজনে আভ্যৰ্থনাৰ পৰা ওলাই যোৱা প্ৰতিজন লোকৰ হাতত গছপুলি এটা তুলি ঘৰত গৈ কোনোবা এডোখৰ ঠাই উলিয়াই পুলিটো ৰুবলৈ আহ্বান জনোয়। তেওঁলোকৰ আহ্বানৰ প্ৰতি প্ৰতিজন লোকেই আনন্দ মনেৰে সঁহাৰি জনাইছে।

কন্যাৰ ওপজা দিনৰ আভ্যৰ্থনাত সাৰংগ ভূঞা আৰু লোপামুদ্ৰা মহন্ত ভূঞাৰ এনে ব্যতিক্ৰমী পদক্ষেপক আদৰণি জনাইছে সকলোৱে।

মৃদুল প্ৰীতম ডেকা

মৃদুল প্ৰীতম ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm
‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

October 29, 2026 7:09 pm
বৰদলৈ ট্ৰফীঃ গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰিলে গিৰিজানন্দ এছ চি-য়ে, ৫-০ গ’লত জয়লাভ এএছইবি-ৰ

বৰদলৈ ট্ৰফীঃ গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰিলে গিৰিজানন্দ এছ চি-য়ে, ৫-০ গ’লত জয়লাভ এএছইবি-ৰ

October 29, 2026 6:15 pm
হিংসাত্মক প্ৰতিবাদত অংশগ্ৰহণ কৰিলেই ৬ লাখ টকা জৰিমনা; নতুন আইন আনিলে এইখন দেশে

হিংসাত্মক প্ৰতিবাদত অংশগ্ৰহণ কৰিলেই ৬ লাখ টকা জৰিমনা; নতুন আইন আনিলে এইখন দেশে

October 29, 2026 5:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm
‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

October 29, 2026 7:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd