• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাহ ওস্তাদ বাহ! ৰাহাত ফাতেহ আলী খানৰ এয়া কি ৰূপ; সৰু কথাতে নিজৰ শিষ্যক নিৰ্মম প্ৰহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2024 9:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুই দেশৰ শত্ৰুতাৰ কথা নেওচি তেওঁৰ গীতত মোহিত ভাৰত। কাৱালীৰ পৰা বলীউডী গানলৈকে পাকিস্তানী গায়ক ৰাহাত ফতেহ আলী খানৰ জনপ্ৰিয় গীতৰ অভাৱ নাই। কিন্তু ইমান সফলতাই কণ্ঠশিল্পীগৰাকীৰ মূৰত ধৰিলে নেকি? এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত এনে প্ৰশ্নই উত্থাপন হৈছে।

ভাইৰেল ভিডিঅ’টোত এজন যুৱকক গায়কজনে নিৰ্মমভাৱে প্ৰহাৰ কৰি থকা দেখা গৈছে। যুৱকজনে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো তেওঁ ৰৈ থকা নাই, কোনোমতেই তেওঁৰ খং কমা নাই।

পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি যুৱকজনে ৰাহাত ফাতেহ আলী খানৰ ঘৰত কাম কৰে। পানীৰ বটল বিচাৰিয়েই নিজৰ কৰ্মচাৰীক নিৰ্দয়ভাৱে প্ৰহাৰ কৰিলে গায়কজনে। এটাৰ পিছত এটাকৈ চৰ মাৰিলে। আনকি জোতা খুলি জোতাৰেও অবিৰতভাৱে প্ৰহাৰ কৰে। পিছত কিছু লোক আহি যুৱকজনক ৰাহাত ফতেহ আলী খানৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰে।

Apply Now

লগতে পঢ়কঃ নাইট্ৰজেন গেছ ব্যৱহাৰ কৰি কাৰ্যকৰী মৃত্যুদণ্ড; অন্তিম ২২ মিনিট ধৰি ছটফটাইছিল অপৰাধী!

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হয়। নেটিজেনসকলে সমালোচনাৰে ধুমুহাৰ সৃষ্টি কৰিলে। ইয়াৰ পিছত গায়কজন নিজেই স্পষ্টীকৰণ দিবলৈ ওলাই আহিল।

 শনিবাৰে তেওঁ যুৱকজন আৰু তেওঁৰ পিতৃৰ এটা ভিডিঅ’ পোষ্ট কৰে। ভিডিঅ’টোত তেওঁ স্পষ্ট কৰি দিছে, “এয়া ওস্তাদ আৰু তেওঁৰ শিষ্য (সহযোগী)ৰ মাজৰ ব্যক্তিগত বিষয়। সি মোৰ ল’ৰাৰ দৰে। শিক্ষক আৰু ছাত্ৰৰ মাজত এনেকুৱাই সম্পৰ্ক হয়। কোনো ছাত্ৰই যেতিয়া ভাল কাম কৰে তেতিয়া মই তেওঁলোকক মৰম দিওঁ, আৰু যদি তেওঁলোকে কিবা ভুল কৰে তেন্তে মই তেওঁলোকক শাসন কৰি শাস্তি দিওঁ।”

जिनके सुरीले गीतों पर आप मंत्रमुग्ध हो जाते हैं वो #RahatFatehAliKhan असल जि़दगी में इतने बेसुरे और बेदिल हैं। अपने नौकरों से ऐसे व्यवहार करते हैं। pic.twitter.com/8AHTmLODVk

— Ashok Shrivastav (@AshokShrivasta6) January 27, 2024

ভিডিঅ’টোত যুৱকজনে ৰাহাত ফতেহ আলী খানৰ এই আচৰণ সম্পৰ্কত স্পষ্ট কৰি দিছে। যুৱকজনে কয়, “তেওঁ মোৰ দেউতাৰ দৰে। মোক  বহুত ভাল পায়। এই ভিডিঅ’টো যিয়ে ভাইৰেল কৰিলে তেওঁ ওস্তাদজীক বদনাম কৰিবলৈ চেষ্টা কৰিছে।”

Update : Rahat Fateh Ali Khan ( @RFAKWorld )issued a clarification regarding his viral video, There was holy water in the bottle pic.twitter.com/oIStHwWXFp

— Ghulam Abbas Shah (@ghulamabbasshah) January 27, 2024

ভিডিঅ’টোৰ শেষত ৰাহাত ফাতেহ আলী খানেও ক্ষমা বিচৰা দেখা গৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd