• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গান্ধী জয়ন্তী উপলক্ষে হাজোত খোজকঢ়া প্ৰতিযোগিতা

হাজোৰ সত্ৰ ন্যায়াধীশ, চক্ৰ বিষয়া, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ প্ৰতিযোগিতাত অংশগ্ৰহণ

NE NOW NEWS মৃদুল প্ৰীতম ডেকা
কামৰূপ , October 2, 2018 3:15 pm

1 min read

IMG-20181002-WA0021
248
VIEWS
Share on FacebookShare on Twitter

আজি গান্ধী জয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে গান্ধী জয়ন্তী। তীৰ্থ নগৰী হাজোত গান্ধী জয়ন্তী উপলক্ষে অনুষ্ঠিত হল  এক ব্যতিক্ৰমী কাৰ্যসূচী।

‘শৰীৰ ভালে থাকিলে হে মন ভালে থাকিব। মন ভালে থাকিলে কৰ্মস্পৃহা বাঢ়িব। ‘এই মূল মন্ত্ৰেৰে আজি হাজোৰ পতনিত থকা পোৱামক্কাৰ মূল তোৰণৰ পৰা পোৱামক্কাৰ দৰগাহ শ্বৰীফলৈ আয়োজন কৰা হ’ল খোজকঢ়া প্ৰতিযোগিতা।

অংশগ্ৰহণকাৰী জনতাই প্ৰায় ৪ কিমি পথ খোজ কাঢ়িলে পোৱামক্কাৰ পাহাৰৰ একা-বেঁকা পথেৰে খোজ কাঢ়িলে প্ৰায় দুই শতাধিক লোকে।

হাজো ৰাজহ চক্ৰ বিষয়া কমল বৰুৱাৰ নেতৃত্বত হাজো অফিচাৰ্ছ ক্লাবে এই খোজ কঢ়া প্ৰতিযোগিতাখনৰ আয়োজন কৰিছে। হাজোৰ চক্ৰ বিষয়া,  হাজোৰ সত্ৰ ন্যায়ধীশ, হাজো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, হাজোৰ দ’লৈকে আদি কৰি বিভিন্ন জনে এই প্ৰতিযোগিতাত অংশ লয়।

এই প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে অৰিফুল ইছলামে।  দ্বিতীয় আৰু  তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে প্ৰাণজিত দাস আৰু নুৰ মহম্মদ আলীয়ে। প্ৰতিযোগিতাত স্থান লাভ কৰা সকলক ট্ৰফী আৰু মেডেলেৰে সম্বৰ্ধনা জনোৱা হয়।

Recent News

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd