• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হাস্পতালৰ পাৰ্কিং প্লেচত গণধৰ্ষণৰ বলি এগৰাকী ৰোগীৰ আত্মীয় : ৩ নিৰাপত্তা কৰ্মীক গ্ৰেপ্তাৰ আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 3, 2020 3:12 pm
gangrape-1575019486
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ আন এক গণধৰ্ষণৰ ঘটনা সংঘটিত হৈছে দেশৰ ৰাজধানী দিল্লীত। দিল্লীৰ এখন হাস্পতালৰ তিনি নিৰাপত্তা কৰ্মীয়ে এগৰাকীৰ ৰোগীৰ এক আত্মীয়ক গণধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দিল্লীৰ ৰোহিণী এলেকাৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰ হাস্পতালত চিকিৎসাধীন এগৰাকী ৰোগীৰ আত্মীয়ক মাজনিশা হাস্পতালখনৰ পাৰ্কিং প্লেচত তিনি নিৰাপত্তা কৰ্মীয়ে গণধৰ্ষণ কৰে।

Apply Now

আৰক্ষীয়ে প্ৰকাশ কৰা মতে যোৱা ৩০ অক্টোবৰৰ ৰাতি মহিলা গৰাকীয়ে হাস্পতালতখনত চিকিৎসাধীন আত্মীয়ক দেখা কৰিবলৈ যায়। ৰোগীৰ পৰিয়ালৰ লোকে ব্যৱস্থা কৰি দিয়াত ৰাতি হাস্পতালখনত অতিবাহিত কৰিছিল ভুক্তভোগী ৩০ বছৰীয়া মহিলাগৰাকীয়ে।

হঠাতে হাস্পতালখনৰ নিৰাপত্তা কৰ্মী বুলি পৰিচয় দিয়া দুজন লোকে ৰাতি ১২ মান বজাত ৰাতি শুই থকা মহিলা গকাৰীৰ পৰিচয় বিচাৰে আৰু পৰিচয় পত্ৰৰ সত্যাসত্য নিৰূপণৰ বাবে শুই থকা ঠাইৰ পৰা মহিলা গৰাকীক লৈ যায়।

ভুক্তভোগী মহিলা গৰাকীয়ে আৰক্ষীক অভিযোগ দিয়াৰ মতে উক্ত নিৰাপত্তা কৰ্মী দুগৰাকীয়ে পৰিচয় পত্ৰ পৰীক্ষাৰ অজুহাত তেওঁক বলপূৰ্বকভাৱে হাস্পতালখনৰ পাৰ্কিং প্লেচলৈ নি অন্য এগৰাকী নিৰাপত্তা কৰ্মীসহ নাৰকীয় শাৰীৰিক অত্যাচাৰ কৰাৰ লগতে গণধৰ্ষণ কৰে।

ইফালে এই ঘটনা সম্পৰ্কে পৰিয়ালৰ লোকক অৱগত কৰিলে মহিলা গৰাকীক হত্যা কৰাৰো ভাবুকি প্ৰদান কৰে হাস্পতালখনৰ অভিযুক্ত তিনি নিৰাপত্তা কৰ্মীয়ে।

কিন্তু মহিলা গৰাকীয়ে পিছত ঘটনা সন্দৰ্ভত ৰোহিণী এলেকাৰ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

আৰক্ষীয়ে অভিযোগ লাভৰ পিছতে এক গোচৰ পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু মংগলবাৰে মণীষ, প্ৰবীণ তিৱাৰী আৰু কানৱাৰ পাল নামৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

ইফালে আৰক্ষীয়ে জনোৱা অনুসৰি ধৃত তিনি গৰাকীৰ ভিতৰৰ মাত্ৰ এজনহে ভীমৰাও আম্বেদকাৰ হাস্পতালৰ নিৰাপত্তা কৰ্মী, বাকী দুজন হাস্পতালখনৰ প্ৰাক্তন বাউন্সাৰহে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am
হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd