• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুৰা নিষিদ্ধ কৰাৰ দাবী: অনশনত অসুস্থ এগাৰাকী মহিলা

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
March 2, 2019 7:30 am
গোলাঘাটত সুৰা ট্ৰেজেদিত পৰিদৰ্শন কৰা অৱস্থাত অসমৰ মন্ত্ৰী পৰিষদ বৰ্গ

গোলাঘাটত সুৰা ট্ৰেজেদিত পৰিদৰ্শন কৰা অৱস্থাত অসমৰ মন্ত্ৰী পৰিষদ বৰ্গ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুৰা নিষিদ্ধ কৰাৰ দাবীত সদৌ অসম দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতিয়ে ২৭ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ কৰা অনির্দিষ্টকালীন অনশনত অনিন্দিতা দাস নামৰ এগৰাকী মহিলা অসুস্থ হৈ পৰে। বিগত দুটা দিন ধৰি অবিৰত অনশন কৰি থকা গোলাঘাট জিলা সমিতিৰ কাৰ্য্যকাৰী সভাপতি অনিন্দিতাক স্বাস্থ্য পৰীক্ষাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

উল্লেখযোগ্য যে, সদৌ অসম দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতিৰ পাঁচজন সদস্যই আমৰণ অনশন কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি অসম তথা ভাৰতবৰ্ষৰ অন্য ৰাজ্যতো সুৰা নিষিদ্ধ কৰা আৰু গুটখা জাতীয় সামগ্ৰী নিষিদ্ধ কৰাৰ বাবে চৰকাৰক দাবী জনাইছে। আনহাতে, গোলাঘাট জিলাত বিষাক্ত সুৰাপান কৰি ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি জিলাখনৰ যোগান  আৰু আবকাৰী বিভাগৰ দুয়োগৰাকী অধীক্ষকৰ বিৰুদ্ধে নিলম্বন আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও দাবী উত্থাপন কৰে।

Apply Now

ইপিনে, বিষাক্ত লালিগুৰ, মিথাইল ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি এই ব্যৱসায় বন্ধ কৰিবৰ বাবেও  প্ৰতিবাদকাৰী সকলে দাবী জনায়। তদুপৰি, গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ বোথ্ৰাকো গোলাঘাটত সংঘটিত ভয়ানক ঘটনাৰৰ বাবে তদন্তৰ আওটালৈ আনিব লাগে বুলি উল্লেখ কৰে।

সংগঠনটোৰ ৰাজ্যিক সভাপতি নিতুল শইকীয়াৰ নেতৃত্বত ৰূপায়ন কৰা আমৰণ অনশন কাৰ্য্যসূচীত অনিন্দিতা দাসৰ লগতে গোলাঘাট জিলা সমিতিৰ সভাপতি মৃদুজ্যোতি বৰা, সম্পাদক ৰাজু বাউৰী,সহকাৰী সম্পাদক প্ৰাঞ্জল বৰুৱা আৰু জিলা সমিতিৰ উপদেষ্টা দ্বীপেন বৰাই অংশগ্ৰহণ কৰিছে।

ঋতুপল্লব শইকীয়া

ঋতুপল্লব শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd