• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীয়কত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় : অত্যধিক মাত্ৰাত ড্ৰাগছ সেৱন কৰি এজন যুৱকৰ মৃত্যু

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
August 3, 2020 4:47 pm
3ebb8535-d645-4be1-8c93-2285098f4406_shutterstock_525911086_8ae27639_586x394
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ হাঁহচৰাত কালি সন্ধিয়া গাড়ীৰ ভিতৰতে এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে হাঁহচৰা কোঁৱৰ শেনছোৱা গাঁৱৰ প্ৰণৱ বৰুৱাৰ পুত্ৰ উৎপল বৰুৱা (২৩)নামৰ যুৱকজনৰ সন্ধিয়া বামুণপুখুৰীত এখন গাড়ীৰ ভিতৰতে ৰহস্যজনক ভাবে মৃত্যু ঘটে।

Apply Now

এ-এছ ০৩,এ-এ ৮২৮৬  নম্বৰৰ চুইফট গাড়ীখনৰ ভিতৰত বামুণপুখুৰী তিনিআলিত উৎপল বৰুৱাক অচেতন অৱস্থাত একাংশ লোকে দেখা পাই আৰু সতীৰ্থসকলক চিকিৎসকৰ ওচৰলৈ নিবলৈ পৰামৰ্শ দিয়ে বুলি জানিব পৰা গৈছে।

সতীৰ্থসকলে যুৱকজনক টীয়ক এফ আৰ ইউ চিকিৎসালয়ত থৈ দুজনে পলায়ন কৰে আৰু জন্তি শৰ্মা নামৰ গাড়ীৰ গৰাকীজন চিকিৎসালয়তে ৰৈ দিয়ে যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে।

ইতিমধ্যে টীয়ক আৰক্ষীয়ে বামুণপুখুৰী কমাৰ গাঁৱৰ জন্তি শৰ্মা নামৰ যুৱক জনক চুইফট গাড়ীখনৰ সৈতে আটক কৰে আৰু জন্তিক সোধ পোচ আৰম্ভ কৰে।

আৰক্ষীৰ আগত তেওঁলোকে ড্ৰাগছ সেৱন কৰা বুলি স্বীকাৰ কৰে। সেয়ে অত্যধিক মাত্ৰাত ড্ৰাগছ সেৱনৰ ফলতে যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

উল্লেখযোগ্য যে মৃত উৎপলৰ শৰীৰৰ বিভিন্ন অংগত বেজীৰ খোচৰ চিহ্ন স্পষ্ট হৈ আছে।

ঘটনাৰ খবৰ গম পাই উৎপলৰ পৰিয়ালৰ লোকৰ সমান্তৰালকৈ বৃহত্তৰ টীয়ক অঞ্চলৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধি নিশাই টীয়ক আৰক্ষী থানাত উপস্থিত হৈ ড্ৰাগছৰ এই চক্ৰটো উৎখাত কৰিবলৈ দাবী জনায়।

ইতিমধ্যে লাচিত সেনা অসমৰ সেনাধ্যক্ষ অমৰ বৰুৱাই এই সন্দৰ্ভত টীয়ক আৰক্ষী থানাচ এখন এজাহাৰ দাখিল কৰিছে।

উল্লেখযোগ্য যে আজিৰ পৰা কিছু দিনৰ পূৰ্বে টীয়ক আৰক্ষীয়ে ড্ৰাগছ চক্ৰৰ লগত জড়িত টীয়কৰে ৪ জনকৈ যুৱকক আটক কৰিছিল যদিও পৰৱৰ্ত্তী সময়ত ৰহস্যজনকভাৱে এৰি দিছিল.

সেয়ে আৰক্ষীৰ ভূমিকাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিছে একাংশ সচেতন ৰাইজে।

তেওঁলোকৰ মতে  আৰক্ষীৰ এনে সোপাধিলা স্থিৰি বাবেআজি এই ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি অভিযোগ কৰিছে।

নীৰ্মলেন্দু পাঠক

নীৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd