• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী মহানগৰীত এগৰাকী যুৱতীৰ আত্মহত্যা

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , May 5, 2020 7:49 pm

1 min read

suicide-2347543_1280-e1586154547410-696x392
15.6k
VIEWS
Share on FacebookShare on Twitter

তৃতীয় পৰ্যায়ৰ ল’কডাউনত মহানগৰীত সংঘটিত হৈছে এক অঘটন ৷

ল’কডাউনৰ বাবে মানসিক হতাশাগ্ৰস্ততাত ভুগি গুৱাহাটী মহানগৰীৰত এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিছে।

ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত জোনাকী নগৰত৷

সোমবাৰে নিশা যুৱতী গৰাকীয়ে খিৰিকীৰ গ্ৰীলত চিপ লৈ আত্মহত্যা কৰে।  পুৱা পৰিয়ালৰ লোকে চিপ লৈ থকা অৱস্থাত যুৱতী গৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে নুনমাটি থানাথ খবৰ দিয়ে।

উল্লেখ্য যে, নুনমাটী জোনাকী নগৰৰ এগৰাকী যুৱতীৰ ছমাহ পূৰ্বে নলবাৰী জিলাৰ মুকালমুৱাৰ এজন যুৱকৰ সৈতে বিবাহৰ সম্পন্ন হোৱাৰ কথা আছিল।

ইতিমধ্যে দুয়োটা পৰিয়ালৰ সিদ্ধান্ত মৰ্মে অহা ৮ মে’ শুকুৰবাৰে বিয়াৰ দিন বাৰ ঠিক কৰা হৈছিল যদিও ক’ৰ’নাৰ প্ৰতিৰোধৰ বাবে দেশজুৰি বলবৎ হৈ থকা ল’কডাউনৰ বাবে দুয়ো পৰিয়ালে সিদ্ধান্ত কৰি বিবাহৰ দিন পিছুৱাই দিয়ে।

ইয়াতে যুৱতীগৰাকীয়ে মানসিক ভাৱে ভাগি পৰি এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰা বুলি সন্দেহ কৰা হৈছে।

ঘটনাস্থলীত নুনমাটি আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH প্ৰেৰণ কৰিছে৷

Recent News

a amit

বড়ো জনগোষ্ঠীৰ ভাষা-সংস্কৃতি, পৰিচয় ৰক্ষা কৰিব বিজেপিয়ে: অমিত শ্বাহ

a mam

তামুলপুৰৰ বিভিন্ন ঠাইত আছুৰ প্ৰতিবাদ, ক’লা পতাকা প্ৰদৰ্শন

a mam

মাৰ্ঘেৰিটা মহকুমাৰ কুমচাইকঙত প্ৰথম বাৰ্ষিক আদিম জনগোষ্ঠী সমাৰোহ

AASU protest in Sualkushi

ৰাজ্যজুৰি তীব্ৰতৰ প্ৰতিবাদ; মন্ত্ৰী হিমন্তৰ গৃহ সমষ্টিৰ শুৱালকুছিতো কা’ৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd