• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহিঃৰাজ্যত কৰ্মৰ সন্ধানত গৈ নিৰুদ্দিষ্ট দৰিদ্ৰ পৰিয়ালৰ যুৱক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 28, 2018 7:01 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহিঃৰাজ্যত বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতী নিৰুদ্দেশ হৈ থকাৰ সময়তে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ সুতিৰপাৰ আৰক্ষী চকীৰ এলেকাধীন ফুৰহানিআটিৰ দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক বহিঃৰাজ্যত সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে ফুৰহানিআটিৰ ফইজুল ইছলামৰ পুত্ৰ আশিক এলাহি(২১) প্ৰায় এমাহ পূৰ্বে লগৰীয়া লগত কৰ্ম- সংস্থাপন বিচাৰি কেৰেলালৈ গৈছিল যদিও কেৰেলালৈ যোৱাৰ পিছৰে পৰা পৰিয়ালৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

Apply Now

অতিকে দৰিদ্ৰ পৰিয়ালৰ আশিক এলাহি হঠাতে এনেদৰে বহিঃৰাজ্যত নিৰুদ্দেশ হোৱাত হতভম্ব হৈ পৰিছে পৰিয়ালবৰ্গ। কেৰেলাত কোনো দালাল চক্রৰ কবলত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

ইফালে যুৱকজন সন্ধানহীন হোৱা সন্দৰ্ভত ইতিমধ্যে যুৱকজনৰ দুৰ্ভগীয়া মাতৃয়ে সুঁ‌তিৰপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

টি-চাৰ্ট আৰু পেণ্ট পৰিধান কৰা শ্যাম বৰণৰ ৫ ফুট উচ্চতাৰ যুৱকজনৰ কোনো লোকে কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা নাইবা ৯৪৩৫৮৬৯২৬০ আৰু ৭০০৫৭৯০৩৭৫ নম্বৰত যোগাযোগ কৰিবৰ বাবে আহ্বান জনাইছে নিৰুদ্দিষ্ট যুৱকজনৰ পৰিয়ালৰ লোকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধ্যপ্ৰাচ্যলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই; আক্ৰমণৰ বাবে অপেক্ষা নকৰে অতিষ্ঠ ইৰাণে

মধ্যপ্ৰাচ্যলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই; আক্ৰমণৰ বাবে অপেক্ষা নকৰে অতিষ্ঠ ইৰাণে

November 16, 2026 10:34 am
বেলুচ লিবাৰেচন আৰ্মীৰ শীৰ্ষ পদত পাকিস্তানী সেনাৰ প্ৰাক্তন কেপ্টেইন, জানেনে তেওঁৰ পৰিচয়?

বেলুচ লিবাৰেচন আৰ্মীৰ শীৰ্ষ পদত পাকিস্তানী সেনাৰ প্ৰাক্তন কেপ্টেইন, জানেনে তেওঁৰ পৰিচয়?

November 16, 2026 9:29 am
ফোন বা টিভি চাই চাই খাদ্য খালে বাঢ়ে ওজন! গুৰুতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কি কৰিব?  জানি লওক, বিশেষজ্ঞৰ পৰামৰ্শ

ফোন বা টিভি চাই চাই খাদ্য খালে বাঢ়ে ওজন! গুৰুতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কি কৰিব? জানি লওক, বিশেষজ্ঞৰ পৰামৰ্শ

November 16, 2026 8:29 am
শ্বেখ হাছিনাক বাংলাদেশৰ হাতত গতাই দিব নেকি ভাৰতে? ২০১৩ চনৰ চুক্তিৰ কোনটো সূত্ৰই বচাব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক?

শ্বেখ হাছিনাক বাংলাদেশৰ হাতত গতাই দিব নেকি ভাৰতে? ২০১৩ চনৰ চুক্তিৰ কোনটো সূত্ৰই বচাব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক?

November 15, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যপ্ৰাচ্যলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই; আক্ৰমণৰ বাবে অপেক্ষা নকৰে অতিষ্ঠ ইৰাণে

মধ্যপ্ৰাচ্যলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই; আক্ৰমণৰ বাবে অপেক্ষা নকৰে অতিষ্ঠ ইৰাণে

November 16, 2026 10:34 am
বেলুচ লিবাৰেচন আৰ্মীৰ শীৰ্ষ পদত পাকিস্তানী সেনাৰ প্ৰাক্তন কেপ্টেইন, জানেনে তেওঁৰ পৰিচয়?

বেলুচ লিবাৰেচন আৰ্মীৰ শীৰ্ষ পদত পাকিস্তানী সেনাৰ প্ৰাক্তন কেপ্টেইন, জানেনে তেওঁৰ পৰিচয়?

November 16, 2026 9:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd