• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিতাধিকাৰী সন্তুষ্ট, কিন্তু কৰ্মচাৰী? চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
February 14, 2021 1:08 pm
Poknapham-manipur
239
VIEWS
Share on FacebookShare on Twitter

চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা  কৰিলে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই।

কলিয়াবৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ অন্তত  সংবাদমেল যোগে  এই ঘোষণা  কৰে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই।

আন্দোলনৰ কাৰ্যসূচী অনুসৰি অহা ১৯ আৰু ২০ ফেব্ৰুৱাৰীত কৰ্মবিৰতি পালন কৰিব সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কৰ্মচাৰীসকলে ।

চৰকাৰে এসপ্তাহৰ ভিতৰত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দাবী সমূহ সমাধান নকৰিলে চৰকাৰৰ বিৰুদ্ধে অনিদিষ্টকালীন  কৰ্ম বিৰতি পালন কৰাৰ লগতে অসহযোগ আন্দোলন কৰাৰ হুংকাৰ দিছে ।

মুখ্যমন্ত্ৰীৰ সৈতে কেইবাবাৰো সদৌ অসম প্ৰশাসন কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াসকল আলোচনাত মিলিত হৈছিল যদিও আজি পৰ্যন্ত চৰকাৰে তেওঁলোকৰ দাবী সমূহ সমাধান নকৰাৰ অভিযোগ কৰিছে সদৌ অসম প্ৰশাসন কৰ্মচাৰী সন্থাই।

কৰ্মচাৰী সন্থাৰ বিভিন্ন সমস্যা¸NPS(ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা)¸সুকীয়া গ্ৰেড পে¸প্ৰাপ্য মজুৰি আদি বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যৰে এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছিল কলিয়াবৰত।

২০১৬ চনৰ পৰাই সদৌ অসম প্ৰশাসন কৰ্মচাৰী সন্থাই বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে ¸ কিন্তু আজি পৰ্যন্ত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তোলে কৰ্মচাৰী সন্থাই।

তাৎপৰ্যপূৰ্ণভাৱে আগন্তক ২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতিটো নিৰ্বাচনকেন্দ্ৰিক কাম-কাজ কৰাৰ পৰা বিৰত থকা হুংকাৰ প্ৰদান কৰে সদৌ অসম কৰ্মচাৰী সন্থাই।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd