DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত আম আদমী পাৰ্টীৰ গণ যোগদান কাৰ্যসূচী: শতাধিক লোকৰ যোগদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2022 5:57 pm
AAP Assam
130
VIEWS
Share on FacebookShare on Twitter

অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি চৰকাৰৰ প্ৰথম বৰ্ষপূতি দিনটোতেই শিৱসাগৰত আজি আম আদমী পাৰ্টী, চমুকৈ আপ- ৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

আপ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আজি নগৰখনৰ এ টি ৰ’ডৰ বাৰোৱাৰী সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী।

আপৰ এই গণ যোগদান কাৰ্যসূচীত উপস্থিত থাকে আম আদমী পাৰ্টীৰ ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত দোবে।

শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক লোকে আজি অৰবিন্দ কেজিৰৱালৰ নেতৃত্বধীন আম আদমী পাৰ্টীত যোগদান কৰে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চাহ জনজাতি ছাত্ৰ সন্থা, ৰাইজৰ দল, বিশিষ্ট ব্যৱসায়ীকে ধৰি বিভিন্ন দল সংগঠনৰ কৰ্মীৰ লগতে বহু সংখ্যক সাধাৰণ নাগৰিকে যোগদান কৰিলে আপত।

যোগদান কাৰ্যসূচীত ভাষণ প্ৰদান কৰি বিজেপি চৰকাৰে অসমত বিশুদ্ধ খোৱা পানীকণো যোগান ধৰিবলৈ সক্ষম নোহোৱা বুলি সমালোচনা কৰে লক্ষ্মীকান্ত দোবেই।

সকলো পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰা, চৰকাৰী স্কুল,চিকিৎসালয় বেচৰকাৰীতকৈ ভাল কেনেকৈ কৰিব পাৰি আম আদমি পাৰ্টীয়ে দিল্লীত দেখুৱাই দিয়া বুলিও সদৰি কৰে তেওঁ।

অনাগত দিনত পঞ্চায়ত, লোকসভা নিৰ্বাচনতো আম আদমি পাৰ্টীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি ঘোষণা কৰে ৰাজ্যিক যুটীয়া সমন্বয়ক গৰাকীয়ে।

যোগদান কাৰ্যসূচীত আপৰ শিৱসাগৰ জিলা সমিতিৰ সমন্বয়ক ৰূপম জ্যোতি বৰগোঁহাইকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd