• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পত্নী কীৰণ ৰাওৰ সৈতে সহকৰ্মীৰ শেষকৃত্যত উপস্থিত থাকিল বলিউদৰ চুপাৰষ্টাৰ আমিৰ খান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 13, 2020 5:59 pm

1 min read

index.jpg22
5k
VIEWS
Share on FacebookShare on Twitter

চলচ্চিত্ৰ নিৰ্মাতা পত্নী কিৰণ ৰাওৰ সৈতে নিজৰ সহকৰ্মীৰ শেষকৃত্যত উপস্থিত থাকিল বলিউদৰ চুপাৰষ্টাৰ তথা মিঃ পাৰ্ফেক্টছনিষ্ট আমিৰ খান।

বুধবাৰে সন্ধিয়া মুম্বাইৰ আমিৰ খানৰ এসময়ৰ সহকৰ্মী তথা অভিনেতা অমুৰ শেষকৃত্যত আমিৰ খান আৰু পত্নী কিৰণ ৰাওৱে মুখত মাস্ক পৰিধান কৰি অংশগ্ৰহণ কৰা দেখা যায়।

মুম্বাইৰ হোলী ফেমেলী হাস্পতালত কালি মঙ্গলবাৰে অভিনেতা আমু হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। মৃত্যুৰ সময়ত অভিনেতা আমুৰ বয়স হৈছিল ৬০ বছৰ।

উল্লেখ্য যে আমিৰ খানে অভিনয় জীৱনৰ ২৫ টা বছৰ আমুৰ সৈতে বলিউদত কাম কৰিছে।

দঙ্গল ছবিৰ সৈতে জড়িত আমিৰ খানৰ অতি ঘনিষ্ঠ বন্ধু কৰীম হাজীয়ে সংবাদ প্ৰতিষ্ঠান পি টি আইক কয় যে আমুৰ মৃত্যুত শোকত বিহ্বল হৈ পৰিছে আমিৰ খান।

“তেওঁ কোনো গুৰুতৰ ৰোগত আক্ৰান্ত নাছিল। তেওঁৰ মৃত্যুৱে আমাক হতবাক কৰিছে।” আমিৰ আৰু কিৰণে এক মেচেজৰ জৰিয়তে কয়।

কৰীম হাজীয়ে পি টি আইক কয় যে, কিছুদিনৰ পূৰ্বে ককাক হোৱা আমুৱে পত্নী আৰু দুই সন্তানৰ সৈতে মুম্বাইত বাস কৰিছিল।

“চুপাষ্টাৰৰ সৈতে কাম কৰিছিল যদিও আমু অত্যন্ত সৰল আৰু মৰমীয়াল আছিল। তেওঁক কেৱল আমিৰে ভাল পোৱা নাছিল, সকলোৱে তেওঁক ভাল পাইছিল। তেওঁ এজন অতি ভাল মানুহ আছিল। তেওঁ কঠোৰ পৰিশ্ৰমী আৰু হৃদয়ৱান লোক আছিল।” কৰীম হাজীয়ে পি টি আইক কয়।

Recent News

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

a People-In-Delhi-Shouted-

মাজনিশা ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিত কঁপি উঠিল ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ, কোনে দিলে এই ধ্বনি?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd