• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী ধামখুমীয়াৰ মাজতে চামগুৰিত ‘আপ’ৰ সম্পৰ্ক যাত্ৰা : দলীয় প্ৰাৰ্থীক লগত লৈ মনোজ ধানোৱাৰৰ অভিযান

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 27, 2024 9:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

উপ নিৰ্বাচনক লৈ চামগুৰি বিধান সভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ উথপথপ হৈ থকাৰ সময়তে আজি নগাঁও চহৰস্থিত শ্বহীদ ভৱন আৰু চামগুৰিৰ বৰ্মা বজাৰত অনুষ্ঠিত হয় আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ সম্পৰ্ক যাত্ৰা কাৰ্যসূচী।

Apply Now

নগাঁও জিলা আপৰ প্ৰাক্তন সভাপতি যুগান্ত কুমাৰ বৰাৰ পৌৰহিত্যত অনুষ্ঠিত সম্পৰ্ক যাত্ৰা কাৰ্যসূচীত আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, চামগুৰিৰ সমষ্টিৰ আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীৰ লগতে দলৰ ৰাজ্যিক নেতৃবৃন্দ উপস্থিত থাকে।

প্ৰায় দুশতকৈ অধিক দলীয় কৰ্মীক সম্বোধন কৰি দলৰ নেতা ৰাজেশ শৰ্মাই  দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো ৰাজনৈতিক পৰিবৰ্তনৰ বাবে দলৰ কৰ্মী সকলক কাম কৰিবলৈ আহ্বান জনায়। দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ কামৰ ৰাজনীতিৰ প্ৰতি অসমবাসীৰ আকৰ্ষণ বৃদ্ধি পোৱাত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে । শ্বহীদ ভৱনত উপস্থিত থকা প্ৰতিগৰাকী দলীয় কৰ্মীক চামগুৰিৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীৰ হকে দেহে- কেহে কাম কৰিবলৈ আহ্বান জনায়।

আনহাতে ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে চামগুৰি বিধান সভা সমষ্টিত আপৰ প্ৰাৰ্থী বিজয়ী হ‘ব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয়, “উপ নিৰ্বাচনৰ পিচত পুনৰ পঞ্চায়ত নিৰ্বাচনৰ বাবেও আম আদমী পাৰ্টিয়ে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দলৰ স্বেচ্ছাসেৱক সকলে এতিয়াৰ পৰাই পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হোৱা উচিত। ”

নগাঁৱৰ সভাত চামগুৰি সমষ্টিৰ বহুসংখ্যক নেতা – কৰ্মীয়ে যোগদান কৰে। দলৰ কৰ্মী নুৰুল আমিন চৌধুৰীয়েও ভাষণত উপ নিৰ্বাচনত তেওঁৰ বিজয় নিশ্চিত বুলি আশা ব্যক্ত কৰে।

তদুপৰি আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজা, সাধাৰণ সম্পাদক (সাংগঠনিক) ৰাজীৱ শইকীয়া, পুনম গগৈ, অম্লানজ্যোতি হাতীবৰুৱা, ৰুদ্ৰাংকুৰ হাজৰিকাৰ লগতে ৰাজ্যিক নেতৃবৃন্দই নুৰুল আমিন চৌধুৰীৰ বিজয়ৰ বাবে ৰণকৌশল সন্দৰ্ভত বক্তব্য দাঙি ধৰে।  চামগুৰিৰ বৰ্মা বজাৰতো মনোজ ধানোৱাৰৰ সম্পৰ্ক যাত্ৰা অভিযান ৰূপায়ন কৰে।

সমষ্টিটোত দলীয় কৰ্মী সকলৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা পৰিলক্ষিত হয়। বৰ্মা বজাৰত অন্যান্য দলৰ একাংশ কৰ্মীয়ে আপত যোগদান কৰে। তেওঁলোকে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ কামৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈ দলত যোগদান কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd