• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণৰ দাবী আপৰ

পঞ্চতাৰকা হোটেল নিৰ্মাণৰ নামত উচ্ছেদ কৰা হৈছিল আদিবাসী চাহ জনগোষ্ঠীৰ লোকক

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 8, 2024 9:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কাজিৰঙাত পঞ্চতাৰকা হোটেল স্থাপনৰ সিদ্ধান্তৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ পাছতো বিষয়টোক লৈ বিতৰ্কৰ অৱসান হোৱা নাই।

আজি ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন হাতীখুলি চাহ বাগিচাত উপস্থিত হৈ বিলাসী হোটেল নিৰ্মাণৰ উদ্দেশ্যে উচ্ছেদিত আদিবাসী চাহ জনগোষ্ঠীৰ পৰিয়াল সমূহৰ দুৰ্গতিৰ বুজ লয় আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা মনোজ ধানোৱাৰ আৰু ৰাজীৱ শইকীয়াই।

Apply Now

হাতীখুলি বাগিচাৰ স্থানীয় বাসিন্দা সকলৰ সৈতে মত বিনিময় কৰাৰ পাছত বোকাখাতত এখন সংবাদমেল সম্বোধন কৰে আপৰ নেতা মনোজ ধানোৱাৰ আৰু ৰাজীৱ শইকীয়াই। সংবাদমেলত যুগ যুগ ধৰি হাতীখুলিত বসবাস কৰা থলুৱা লোকক উচ্ছেদৰ বিৰুদ্ধে সৰৱ হয় ধানোৱাৰে। পঞ্চতাৰকা হোটেল নিৰ্মাণৰ নামত আদিবাসী ভূমিপুত্ৰক উচ্ছেদৰ বিৰোধিতা কৰাৰ লগতে ইতিমধ্যে উচ্ছেদ কৰা পৰিয়াল সমূহক পৰ্যাপ্ত ক্ষতিপূৰণ দিবলৈ দাবী জনায়।

তদুপৰি কেইদিনমান পূৰ্বে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা আটছা কৰ্মী সকলৰ ওপৰত চলোৱা আৰক্ষীৰ আতিশয্যৰ বিৰুদ্ধেও সৰৱ হয় আপৰ নেতাগৰাকী। তেওঁ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্যাতন চলোৱা ঘটনাৰ উচিত তদন্তৰ লগতে দোষী আৰক্ষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ দাবী জনায় ।

আনহাতে ৰাজ্যখনৰ চাহ বাগিচা অঞ্চলত বসবাস কৰা ১০ লক্ষাধিক স্থায়ী শ্ৰমিক তথা আদিবাসী চাহ জনগোষ্ঠীৰ অস্থায়ী শ্ৰমিক সকলকো মাটিৰ পট্টা দিবলৈও দাবী উত্থাপন কৰে ধানোৱাৰে।

আপৰ নেতাগৰাকীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বসুন্ধৰা ১, বসুন্ধৰা ২ আৰু বসুন্ধৰা ৩ আঁচনিৰ অধীনত চাহ বাগিচাত বসবাস কৰা ভূমিপুত্ৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকক পট্টা নিদিয়াৰ বাবে চৰকাৰৰ নীতিৰ সমালোচনা কৰে।

সংবাদমেলত আপৰ জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়াই কাজিৰঙাত পঞ্চতাৰকা হোটেল স্থাপনৰ সিদ্ধান্তৰ বিৰুদ্ধে আম আদমী পাৰ্টিৰ বক্তব্য প্ৰকাশ কৰে।

থলুৱা লোকক নিজৰ মাটি ভেটিৰ পৰা উচ্ছেদৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা উদ্যোগ, প্ৰতিষ্ঠান বা বিলাসী হোটেল নিৰ্মাণৰ পৰিকল্পনাৰ বিৰুদ্ধে আপৰ শক্তিশালী স্থিতিৰ বিষয়ে সদৰি কৰে দলৰ নেতা ৰাজীৱ শইকীয়াই। সংবাদমেলত আপৰ কেইবাগৰাকীও স্থানীয় নেতা-কৰ্মী উপস্থিত থাকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd