• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উজনি অসমত আপ নেত্ৰী আতিশীৰ বিশাল ৰোড শ্ব’; অসম চৰকাৰে ৮ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰা প্ৰসংগত সৰব আতিশী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 9, 2024 8:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত’২৪ৰ লোকসভা নিৰ্বাচন৷ইতিমধ্যে লোকসভা নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত সাজু হৈছে আম আদমী পাৰ্টি৷ আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপ প্ৰক্ষেপিত প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ প্ৰচাৰ চলায় আপ নেত্ৰী আতিশীয়ে৷প্ৰচাৰকালত চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে আতিশী৷

অতিশীয়ে অভিযোগ কৰে যে, “অসমৰ বিজেপি চৰকাৰে ৰাজ্যখনৰ ৮ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰিছে। চৰকাৰী বিদ্যালয়ত ছাত্ৰ – ছাত্ৰী নোহোৱাৰ অজুহাতত স্কুলবোৰ বন্ধ কৰিছে। প্ৰকৃততে এই বিদ্যালয় সমূহত চৰকাৰে শিক্ষা দানৰ প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ তথা আচবাব পত্ৰ যোগান দিয়াত ব্যৰ্থ হৈছে। সেইবাবেই বিদ্যালয় সমূহ বন্ধ কৰিছে। আনহাতে দিল্লী চৰকাৰে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানতকৈ উন্নত চৰকাৰী বিদ্যালয় স্থাপন কৰি দৃষ্টান্ত দেখুৱাইছে।” দিল্লীৰ দৰে অসমতো উন্নত শিক্ষানুষ্ঠান আৰু মহল্লা ক্লিনিকৰ পোষকতা কৰে আতিশীয়ে।

Apply Now

তেওঁ কয়, – বিজেপিয়ে বিদেশী বহিস্কাৰৰ কথা কৈছিল। কিন্তু তেওঁলোকে তাৰ বিপৰীতে ‘কা’ বলবৎ কৰি বিদেশীক স্বদেশী কৰাৰ পোষকতা কৰিছে। অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টা দিয়াত ব্যৰ্থ হৈছে। অথচ ‘কা’ বলবৎ কৰাৰ জৰিয়তে বিদেশীক মাটি ভেটি দিয়াৰ ব্যৱস্থা কৰিছে বিজেপিয়ে। ‘ এনেদৰে শাসকীয় বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক বক্তব্যৰে আম আদমী পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক নিৰ্বাচনত বিজয়ী কৰিবলৈ আহ্বান জনায় দলৰ ৰাষ্ট্ৰীয় নেত্ৰী গৰাকীয়ে ।

দলৰ প্ৰাৰ্থী মনোজ ধানোৱাৰেও উন্নয়নৰ সপক্ষে আৰু বৰ্তমান চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। সভাত দলৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মায়ো ডিব্ৰুগড় লোকসভা সমষ্টিৰ সৰ্বাংগীন বিকাশৰ হকে আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক ভোট দিবলৈ ৰাইজক আহ্বান জনায়।

মাৰ্ঘেৰিটাৰ নিৰ্বাচনী সভা শেষ হোৱাৰ পাছত তিনিচুকীয়াৰ দহোতীয়াচুক বিহুতলীৰ পৰা আৰম্ভ হোৱা এক বিশাল ৰোড শ্ব’ কাৰ্যসূচী মুকলি কৰি চহৰৰ মূল পথ সমূহ পৰিভ্ৰমণ কৰে আতিশীয়ে। মাৰ্ঘেৰিটা আৰু তিনিচুকীয়াৰ দুয়োটা কাৰ্যসূচীতে দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়েও অংশগ্ৰহণ কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd