• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এপ্ৰিলত মোদীৰ দুৰ্গত কেজৰিৱাল! পঞ্জাৱ জয়ৰ পিছত এইবাৰ আপৰ লক্ষ্য গুজৰাট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2022 2:04 pm
AAP looks for Gujrat
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱত আম আদমী পাৰ্টিয়ে ক্ষমতালৈ অহাটোৱে দেশৰ ৰাজনীতিত এক বিশেষ ৰাজনৈতিক তাৎপৰ্য বহন কৰিছে। পঞ্জাৱত ক্ষমতা দখলৰ পিছতে আপৰ এইবাৰ লক্ষ্য হৈছে গুজৰাট।

চলিত বৰ্ষৰ ডিচেম্বৰত গুজৰাট বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ পূৰ্বে কেজৰিৱালৰ দলে ৰাজ্যখনত সাংগঠনিক কামকাজ ক্ষিপ্ৰতৰ কৰি তোলাৰ সিদ্ধান্ত লৈছে। 

লগতে পঢ়ক: গোলৰ সৰ্বোচ্চ অভিলেখ! ৮০৭টা গোলেৰে অপ্ৰতিৰোধ্য ৰোনাল্ডো; কেৰিয়াৰত কিমানটা হেট্ৰিক?

Apply Now

আম আদমী পাৰ্টিৰ গুজৰাটৰ তত্ত্বাৱধায়ক গুলাব  সিঙে কয়,’’ পঞ্জাৱৰ ফলাফলে গুজৰাটত আমাৰ দলৰ কৰ্মীসকলক উৎসাহিত কৰিছে। গুজৰাটত বিজেপিৰ প্ৰধান বিৰোধী হিচাপে অহা ৯মাহৰ ভিতৰতে আমি শক্তিশালী হৈ উঠিম। বিগত ২৭বছৰে ৰাজ্যখনৰ জনসাধাৰণে কংগ্ৰেছ প্ৰত্যাখ্যান কৰিছে। পঞ্জাৱৰ জয়ে ৰাজ্যখনৰ সমৰ্থকসকলক এক নতুন আশা দিব।‘’

তেওঁ লগতে জনায় যে পঞ্জাৱত বিজয় উদযাপনৰ পিছতে কেজৰিৱাল আৰু ভগৱন্ত মান এপ্ৰিলৰ প্ৰথম সপ্তাহত গুজৰাটলৈ আহিব। ইয়াৰ পূৰ্বে আপৰ ফালৰ পৰা গুজৰাটৰ প্ৰতিটো ৱাৰ্ডতে বিজয় শোভাযাত্ৰা উলিওৱা হ’ব।

আম আদমী পাৰ্টিয়ে এইবাৰ উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত প্ৰথমবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল যদিও আশানুৰূপ ফলাফল লাভ নকৰিলে। অৱশ্যে গোৱাত দ্বিতীয়বাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ তেওঁলোকে এইবাৰ আসনো লাভ কৰিছে।

লগতে পঢ়ক: অভিলেখ! এদিনতে ৮১জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে চৌদি আৰৱে

উল্লেখ্য যে গুজৰাটৰ বহুকেইখন পৌৰসভা নিৰ্বাচনত আপে ভাল ফলাফল কৰিছে। চুৰাটত তেওঁলোকে বিৰোধী দলৰ মৰ্যাদাও লাভ কৰিছে। এইবাৰ তেওঁলোকে গোটেই ৰাজ্যখনতে সংগঠন প্ৰসাৰ কৰিব বিচাৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm
৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ দাবীক লৈ ৰিপুন বৰাৰ প্ৰশ্ন

September 1, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd