• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিৰোধী ঐক্য নৰজিল! পঞ্চায়ত আৰু উপ-নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব আপে

দুৰ্নীতিৰ ক্ষেত্ৰত কংগ্ৰেছ - বিজেপি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি - ৰাজেশ শৰ্মা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 27, 2024 6:58 pm
180
VIEWS
Share on FacebookShare on Twitter

‘অসমত অনুষ্ঠিত হ’বলগীয়া বিধান সভাৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টিয়ে আন কোনো দলৰ সৈতে বুজাবুজি নকৰে। উপ – নিৰ্বাচনত কোন কোন সমষ্টিত আপে প্ৰতিদ্বন্দ্বিতা কৰিব সেই সন্দৰ্ভত শীঘ্ৰেই দলৰ সিদ্ধান্ত প্ৰকাশ কৰিব।’ আজি গোলাঘাটত আপৰ কৰ্মকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে কৰি দলটোৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই এই মত ব্যক্ত কৰে।

আপৰ নেতাগৰাকীয়ে দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আম আদমী পাৰ্টিৰ কল্যাণকামী আদৰ্শ তথা কৰ্মৰ ৰাজনীতিৰ সপক্ষে অসমবাসীক ওলাই আহিবলৈ আহ্বান জনায়।

তেওঁ কয়, ” দুৰ্নীতিৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু বিজেপিৰ কোনো নীতিগত পাৰ্থক্য নাই। এইক্ষেত্ৰত কংগ্ৰেছ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি স্বৰূপ।”

গোলাঘাট চহৰৰ প্ৰগতি চ’ৰাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত দলৰ কৰ্মকৰ্তা সন্মিলনত আপৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়া আৰু দলৰ আন এগৰাকী নেতা ৰমেন বৰঠাকুৰেও ভাষণ দিয়ে।

বৰঠাকুৰে তেওঁৰ ভাষণত কয় যে অসমৰ একাংশ আঞ্চলিক দলে ৰাজ্যখনত নিজৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ কংগ্ৰেছৰ সৈতে লগ হৈছে। ৰাজ্যখনত ৰাজনৈতিক পৰিবৰ্তনৰ স্বাৰ্থত বৰঠাকুৰে আপৰ ভেটি শক্তিশালী কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে জিলা কৰ্মকৰ্তা সন্মিলনৰ কাৰ্যসূচীতে আপত যোগদান কৰে ৱাৰেন টী লিমিটেডৰ প্ৰাক্তন মহাপ্ৰৱন্ধক ৰাজীৱ লোচন গগৈ আৰু সদৌ অসম পিছপৰা শ্ৰেণী সংস্থাৰ সাংগঠনিক সম্পাদক অনিলেষ গগৈয়ে। আপৰ নীতি – আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে দলটোত যোগদান কৰা বুলি জনায়।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd