• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি এফেক্ট !! আপছুৱে সন্দেহজনক প্ৰায় তিনিশ লোকক আটক কৰি এৰি দিলে অসমত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 18, 2018 8:12 am
Appsu-690x377

শুকুৰবাৰে আপছুৱে তালাচী চলাই আটক কৰা লোকসকলৰ একাংশ। ফটো: অৰুণাচল এজৰ সৌজন্যত

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশত অবৈধভাৱে প্ৰৱেশ কৰা সন্দেহজনক লোকসকলক সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই অৰুণাচল ত্যাগ কৰাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া সময়সীমা উকলি যোৱাৰ পিছত শুকুৰবাৰে আপছুৰ অপাৰেশ্যন ক্লীন ড্ৰাইভ আৰম্ভ হৈছে।

ইয়াৰ লগে লগে অৰুণাচল প্ৰদেশত কৰ্মসূত্ৰে বসবাস কৰা অনা-অৰুণাচলী লোকসকল আতংকিত হৈ পৰিছে। অৱশ্যে যিসকলৰ অৰুণাচলত প্ৰৱেশৰ আন্তঃৰাজ্যিক পাৰ-পত্ৰ আছে সেইসকলৰ কোনো চিন্তাৰ কাৰণ নাই বুলি আপছুৱে ঘোষণা কৰিছে।

Apply Now

শুকুৰবাৰে আপছুৱে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ, নাহৰলগুণ, নিৰজুলি, দুইমুখ, কাৰ্চিংচা আদি স্থানত সন্দেহজনক নাগৰিকসকলৰ ঘৰে ঘৰে গৈ তথ্য-পাতি নিৰীক্ষণ কৰি তালাচী চলায়। আপছুৱে উক্ত অঞ্চলসমূহত তালাচী চলাই প্ৰায় তিনিশ সন্দেহজনক লোকক আটক কৰি আৰক্ষীক গতাই দিয়ে।

আনহাতে, অৰুণাচল আৰক্ষীয়ে এই লোকসকলক অসম-অৰুণাচল সীমাৰ লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ অৰুণাচলৰ আৰক্ষী তালাচী চকীৰে অসমৰ লখিমপুৰ জিলাত মুকলি কৰি দিয়ে।

জানিব পৰা মতে এই লোকসকলৰ বেছিভাগেই বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, কোচবিহাৰ আদিৰ লোক। ইপিনে অসমৰ লোকো আপছুৰ অপাৰেশ্যন ক্লীন ড্ৰাইভৰ বুলি হ’বলগীয়া হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।

লক্ষ্যণীয়ভাৱে আপছুৰ এই অপাৰেশ্যন ক্লীন ড্ৰাইভত অৰুণাচল আৰক্ষী প্ৰশাসনে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা আছিল। কিন্তু  ইয়াৰ বিপৰীতে শুকুৰবাৰে একপক্ষীয়ভাৱে ছাত্ৰ সংগঠনটোৱে এই তালাচী অভিযান চলায়।

উল্লেখ্য যে, অসমত এই সন্দেহজনক লোকসকলক মুকলি কৰি দিয়াৰ ক্ষেত্ৰটো লখিমপুৰ জিলা প্ৰশাসন অথবা জাতীয় সংগঠনসমূহ নীৰৱে থকাটো লক্ষণীয় হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd