DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ আদিবাসী সকলক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰক: আছা

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
January 14, 2022 3:46 pm
360
VIEWS
Share on FacebookShare on Twitter

 গুৱাহাটী পল্টনবজাৰস্থিত ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ সভা কক্ষত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এক জৰুৰী কাৰ্য্যকৰী সভা অনুষ্ঠিত হয়।

কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত বিভিন্ন জিলাৰ লগতে ৰেজেন হৰ’ ডেভিদ তিৰ্কী, নোৱাচ বাৰ্লা আদি ভালেকেইজন কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিতিত কেবাটাও দিশত খৰচী মাৰি এক গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ! এই সভাত আলোচনা মৰ্মে কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

প্ৰথম প্ৰস্তাৱ মৰ্মে আগন্তুক অসম বিধানসভা অধিবেশনৰ আগে আগে অসমৰ আদিবাসীসকলক জনজাতিৰ মৰ্য্যাদা প্ৰদান কৰাৰ প্ৰক্ৰীয়া সম্পুৰ্ণ কৰিব লাগে !

দ্বিতীয় প্ৰস্তাৱত অসমৰ আদিবাসীসকলক ভুমি পট্টা দিয়া শীঘ্ৰে ব্যৱস্থা কৰিব লাগে লগতে চাহ শ্ৰমিকৰ দৈনিক হাজিৰা ৩৫১ টকালৈ বৃদ্ধি কৰিব লাগে! ইপিনে তৃতীয় প্ৰস্তাৱ মতে

 অসমৰ আদিবাসী সকলক চাহ জনগোষ্ঠী নামাকৰণটো সংশোধন কৰি আদিবাসী চাওঁতাল, মুণ্ডা, ওৰাঁও, গোড়, পৰজা, চাওঁৰা, কিষান, কন্ধ আদি স্পষ্ট জাতীয় পৰিচয়েৰে জাতিৰ প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে! আৰু চতুৰ্থতে
যিবোৰ আদিবাসী অধ্যুষিত গাওঁ আৰু চাহ বাগিচাত বিদ্যালয়, ৰাস্তা পুদুলি, বিজুলী সংযোগ, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, অঙ্গনাৱাদী কেন্দ্ৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা, কৃষি ব্যৱস্থাপনা হোৱা নাই, অসম চৰকাৰে বিশেষ পদক্ষেপ লৈ তেনে সমস্যাৰ সমাধান কৰিব লাগে বুলি প্ৰস্তাব গ্ৰহণ কৰা হয়।

Recent News

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd