• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক সাক্ষাৎ আছু-২৮টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , November 25, 2018 9:15 pm

2 min read

Memorindum to Minister Pramila

ফটো : নৰ্থ-ইষ্ট নাও

645
VIEWS
Share on FacebookShare on Twitter

আজি আছু আৰু এবছুৰ উদ্যোগত ২৮টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিয়ে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ বাবে স্মাৰকপত্ৰ প্ৰদানৰ উদ্দেশ্যে পূব কোকৰাঝাৰ সমষ্টিৰ বিধায়িকা তথা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক সাক্ষাৎ কৰে।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কে জাতীয় জীৱনৰ প্ৰতি যি অশনি সংকেত কঢ়িয়াই আনিছে তাৰ বিৰুদ্ধে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক বলিষ্ঠ কণ্ঠৰে মাত মাতি খিলঞ্জীয়াৰ পক্ষত থিয় দিবলৈ সংগঠন কেইটাৰ প্ৰতিনিধিয়ে আহ্বান জনায়।

ইফালে সংগঠন কেইটাৰ প্ৰতিনিধিয়ে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক স্মাৰকপত্ৰখন প্ৰদান কৰি ৰাজ্যখনৰ সকলো মন্ত্ৰী-বিধায়ককে এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি বিধেয়কখনৰ বিৰুদ্ধে মেঘালয় চৰকাৰে গ্ৰহণ কৰা কঠোৰ সিদ্ধান্তৰ দৰে অসম চৰকাৰেও তেনে ধৰণৰ সিদ্ধান্ত ল’ব লাগে বুলি প্ৰতিনিধিসকলে মন্তব্য কৰে।

আনহাতে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে মূলতঃ হিন্দু বাংলাদেশী লোকক অসমত জাপি দিবলৈ বিচৰা কাৰ্যক ছাত্ৰ সন্থাৰ লগতে ২৮টা জনগোষ্ঠীয় সংগঠনে কোনো পধ্যে মানি নলয় বুলি পুনৰবাৰ সংবাদ মাধ্যমৰ আগত কয়।

উল্লেখযোগ্য যে বিধেয়কখনে অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্বত আঘাত হানিব বুলি মন্ত্ৰী প্ৰমীলা ব্ৰহ্মই সংগঠন কেইটাৰ প্ৰতিনিধিৰ আগত মন্তব্য কৰে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ কোনো ক্ষতি হোৱা কাৰ্য নকৰে বুলি আশা প্ৰকাশ কৰাৰ লগতে তেওঁৰ প্ৰতি গভীৰ আস্থা আছে বুলিও কয় মন্ত্ৰী ব্ৰহ্মই।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd