• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বানপানীক ৰাষ্ট্ৰীয় সমস্যা : ‘কংগ্ৰেছৰ ঘোষণা’ আৰু বিজেপিৰ নিৰ্বাচনৰ পূৰ্বৰ বিজ্ঞাপনতে সীমাবদ্ধ

গঙ্গাৰ ক্ষেত্ৰত যি পদক্ষেপ লয় আমাৰ ব্ৰহ্মপুত্ৰ উপনৈ সমূহৰ ক্ষেত্ৰত কেন্দ্ৰৰ অনীহা কিয়? প্ৰশ্ন ভট্টাচাৰ্য্যৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 17, 2019 5:44 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ নামত চূড়ান্ত প্ৰহসন শাসনাধিষ্ঠ বিজেপি আৰু পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ। ‘কংগ্ৰেছৰ ঘোষণা’ আৰু বিজেপিৰ নিৰ্বাচনৰ পূৰ্বৰ বিজ্ঞাপনতে সীমাবদ্ধ হৈ ৰৈছে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা প্ৰসংগ।

উল্লেখযোগ্য যে ২০০৫ চনৰ ৫ মে’ত অসম চুক্তি ৰূপায়ণৰ সম্পৰ্কত সেই সময়ৰ প্ৰধান মন্ত্ৰীৰ অধ্যক্ষতাত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছিল। অসম চুক্তিৰ ৭ নং দফা অনুসৰি বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ দাবী তুলিছিল সদৌ অসম ছাত্ৰ সন্থাই। তাৰ পাছত সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ জনসংযোগ বিভাগে ১৯ মে’ৰ দিনা বাতৰি কাকতৰ জৰিয়তে বিজ্ঞাপন প্ৰকাশ কৰিছিল।

Apply Now

বিজ্ঞাপনটোত স্পষ্টকৈ উল্লেখ আছিল যে স্বাধীনতাৰ পাছৰ ৫৭ বছৰে অপূৰ্ণ হৈ থকা অসমৰ ৰাইজৰ দাবী বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া হ’ব। ড০ মনমোহন সিং প্ৰধান মন্ত্ৰী হৈ থকাৰ সময়তে গ্ৰহণ কৰা হৈছিল এই সিদ্ধান্ত। কিন্তু পাছৰ সময়ছোৱাত সুৰ সলাইছিল কংগ্ৰেছ চৰকাৰে।

দ্বিতীয়তে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলটোৱে বাতৰি কাকতৰ জৰিয়তে অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে নিশ্চিতভাৱে ঘোষণা কৰা হ’ব বুলি ৭ এপ্ৰিলত বিজ্ঞাপন প্ৰকাশ কৰিছিল। এই প্ৰতিশ্ৰুতি দি নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী হৈ তথা এটা কাৰ্য্যকাল পাৰ কৰিলে, তথাপি প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ থাকিল।

ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমৰ আগত কয় ‘আমাৰ স্পষ্ট মত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে  সমাধান কৰিব লাগিব। অসমৰ ভেটিক টচনচ কৰা এই সমস্যাৰ সমাধান হ’বই লাগিব।’

তেওঁ লগতে কয় ‘কংগ্ৰেছে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি কৈ পিছলৈ সুৰ সলনি কৰিলে। ঠিক সেইদৰে বিজেপিয়ে বান সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু সেয়া বাস্তৱত হৈ নুঠিল। আকৌ বিজেপিয়ে চৰকাৰ গঠন কৰিলে।‘

‘গংগাৰ ক্ষেত্ৰত যি পদক্ষেপ লয় আমাৰ ব্ৰহ্মপুত্ৰ উপনৈ সমূহৰ ক্ষেত্ৰত কেন্দ্ৰৰ অনীহা কিয় ?’ কেন্দ্ৰীয় চৰকাৰলৈ মুকলি প্ৰশ্ন আছুৰ উপদেষ্টা গৰাকীৰ।

তেওঁ আৰু কয় ‘অসম চৰকাৰে এই ক্ষেত্ৰত  যিদৰে গৰজিব লাগিছিল তাৰ বিপৰীত ছবি কিয় দেখা গৈছে? আমাক টেলিফোনত খবৰ লোৱা, প্ৰতিশ্ৰুতি দিয়া সময় উকলিল এতিয়া বান সমস্যা সন্দৰ্ভত উচিত সমাধান লাগে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd