• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰীয়ে পূৰ্ণ স্বতন্ত্ৰতা দিয়াৰ বাবেই জনতাৰ ওপৰত হাৰাশাস্তি চলাইছে আৰক্ষীয়ে: আছু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2022 8:24 pm
AASU
166
VIEWS
Share on FacebookShare on Twitter

কাৰ্যভাৰ গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক মুক্ত স্বতন্ত্ৰতা দিয়াৰ বাবেই আৰক্ষীয়ে কোনো কাৰণ নোহোৱাকৈ জনতাক হাৰাশাস্তি কৰি আছে। এই অভিযোগ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই কয়, “মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আৰক্ষীক পূৰ্ণ স্বতন্ত্ৰতা দিছিল আৰু এতিয়া তেওঁলোকে সাধাৰণ মানুহক হাৰাশাস্তি কৰি আছে। আৰক্ষীয়ে আনকি তেওঁলোকক প্ৰশ্ন কৰা যিকোনো লোকৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰিবলৈ ওলোৱা হৈছে।”

তেওঁ লগতে কয় যে কেৱল ইয়াৰ বাবেই চিৰাঙত আৰক্ষীয়ে এজন সাংবাদিকক আক্ৰমণ কৰিছিল। আৰক্ষীৰ এই কাৰ্যক অতি নিন্দনীয় আখ্যা দিয়ে সাধাৰণ সম্পাদক জনে।

“ঘটনাটোত জড়িত আৰক্ষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা প্ৰয়োজন আৰু ৰিজাৰ্ভ ক্ল’জ কৰাটো এতিয়া এক পদক্ষেপ হিচাপে পৰ্যাপ্ত নহ’ব।” তেওঁ লগতে কয়।

তেওঁ অভিযোগ কৰে যে যদি আৰক্ষীয়ে এনেদৰে কাম কৰি থাকে তেন্তে অসামৰিক লোকসকল ক্ৰমাৎ অসুৰক্ষিত অৱস্থালৈ গতি কৰিব।

আনহাতে আছুৰ সভাপতি দীপাংক নাথে কয়, “যোৱা কেইদিনমানৰ পৰা এইটো স্পষ্ট হৈ আহিছে যে মানুহক উগ্ৰ আৰক্ষীৰ দ্বাৰা হাৰাশাস্তি কৰা হৈছে। প্ৰথমে ডিব্ৰুগড়ৰ ছাত্ৰ-ছাত্ৰী, তাৰ পিছত নগাঁৱত আৰু শেহতীয়াকৈ চিৰাঙত এনে কাৰ্য সংঘটিত হৈছে য’ত এজন কৰ্তব্যৰত সাংবাদিকক আক্ৰমণ আৰু হাৰাশাস্তি কৰা হৈছে।”

তেওঁ লগতে কয় যে মানুহে কেৱল প্ৰশ্ন সোধাৰ বাবেই সমস্যাত পৰিছে আৰু গৃহ বিভাগ এই ক্ষেত্ৰত সাৱধান হোৱা প্ৰয়োজন।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd