• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰে পুনৰ মিত্ৰতা : অগপৰ পৰা উত্তৰ বিচাৰিলে আছুৰ নেতৃত্বই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 13, 2019 9:36 pm
AASU_NESO-PMT

ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিজেপিৰ সংগ ত্যাগ কৰি আজি পুনৰ মন্ত্ৰিত্বৰ দায়িত্ব হাঁহি মুখেৰে গ্ৰহণ কৰা অগপৰ পৰা উত্তৰ বিচাৰিলে দলৰ জন্মদাতা সংগঠন আছুৱে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰে মিত্ৰতা ছেদ কৰি অগপই বিজেপিৰে মিত্ৰতা কৰিলে কিয়? এই প্ৰশ্নৰ অৱতাৰণা কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই।

বুধবাৰে অগপৰ তিনি মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে লাজ মান কাটি পুনৰ মন্ত্ৰিত্বৰ ভাৰ গ্ৰহণ কৰাৰ পাছতেই দিল্লীত সৰব হৈ পৰিছে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য।

Apply Now

ভট্টাচার্যই অগপৰ পূৰ্বৰ স্থিতি সোঁৱৰাই দি সংবাদ মাধ্যমৰ আগত কয়, ‘’অগপ দলে বিধেয়কখনৰ বিৰোধিতা কৰি মন্ত্ৰিত্ব ত্যাগ কৰিলে, বিজেপিৰ সংগ ত্যাগ কৰি ৰাইজৰ আন্দোলনৰ সমভাগী হ’বলৈ আগবাঢ়ি আহিল। কিন্তু আমি তেতিয়াই কৈছিলো ডাৱৰ আঁতৰা নাই, এতিয়াও আছে।‘’

তদুপৰি, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে শাসনলৈ আহিলে বিধেয়কখন পুনৰ আনিম বুলি কৈছিল বুলিও আছুৰ উপদেষ্টাজনে সোঁৱৰাই দিয়ে।

অসমৰ আকাশত ডাৱৰ থকাৰ পাছতো অসম গণ পৰিষদে বিজেপিৰ লগত পুনৰ কিয় মিত্ৰতা কৰিলে বুলি প্ৰশ্ন কৰে আছু নেতাজনে।

‘’এতিয়া অসম গণ পৰিষদে বিধেয়কৰ সমৰ্থন কৰা বিজেপিৰ লগত মিত্ৰতা স্থাপনৰ ব্যৱস্থা কৰিলে, সেই কথাৰ অসমৰ ৰাইজক জবাব দিব লাগিব।‘’ এইদৰে  কয় ভট্টাচাৰ্যই।

ইপিনে, অগপ-বিজেপিৰ মিত্ৰতা কৰাৰ প্ৰসংগত নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে। ছাত্ৰ নেতা গগৈয়েও অগপ নেতৃত্বৰ পৰা মিত্ৰতাৰ প্ৰসংগত উত্তৰ বিচৰা দেখিবলৈ পোৱা গ’ল।

তেওঁ কয়, ‘’নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পক্ষত থকা দল এটাৰ সৈতে অসম গণ পৰিষদে কিয় পুনৰবাৰ মিত্ৰতা কৰিলে সেই কথাৰ উত্তৰ অসমৰ ৰাইজক দিব লাগিব।‘’

আনহাতে, অসমৰ মাটিত বিদেশীক চৰণীয়া পথাৰ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে সকলো ৰাইজ একত্ৰিত হ’ব লাগে বুলিও তেওঁ মন্তব্য কৰে।

তদুপৰি, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অগপ ওলাই আহিছিল আৰু জন সমৰ্থনো লাভ কৰিছিল বুলি অগপ নেতৃত্বক সোঁৱৰাই দি লগতে অগপক প্ৰশ্ন কৰি কয়, ‘’অমিত শ্বাহে সদম্ভে লখিমপুৰত ঘোষণা কৰি যোৱাৰ পাছতো কিয় অগপই মিত্ৰতা কৰিলে?’’

লুৰিণৰ মতে ‘’অগপ দলৰ সিদ্ধান্তত ৰাইজ আশাহত হৈছে। অসমৰ জনসাধাৰণক অগপই প্ৰতাৰণা কৰা বুলি তেওঁলোকে অনুভৱ কৰিছে।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am
ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd