DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কক শীঘ্ৰে মহকুমা হিচাপে ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ টীয়ক আছুৰ স্মাৰকপত্ৰ

এন ই নাও নিউজ,টিয়ক by এন ই নাও নিউজ,টিয়ক
February 10, 2022 8:05 am
টীয়কক শীঘ্ৰে মহকুমা হিচাপে ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ টীয়ক আছুৰ স্মাৰকপত্ৰ
93
VIEWS
Share on FacebookShare on Twitter

টীয়কক মহকুমা হিচাপে শীঘ্ৰে ঘোষণা কৰাৰ দাবীৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পাপু কলিতা আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্তৰ দ্বাৰা স্বাক্ষৰিত এখন স্মাৰকপত্ৰ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু যোৰহাটৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিছে।

স্মাৰকপত্ৰখনিত উল্লেখ থকা অনুসৰি বৃহত্তৰ টীয়ক অঞ্চল জনসংখ্যাৰ গাঁথনিৰ হাৰ অত্যাধিক, কৃষি প্ৰধান অঞ্চল হোৱাৰ উপৰিও ইয়াত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, উপ-কোষাগাৰ, লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়, হস্পিটেল, কেইবাটাও ৰাষ্ট্ৰীয়কৃত বেংককে ধৰি বিভিন্ন অনুষ্ঠান গঢ় লৈ উঠিল যদিও অসম চৰকাৰে কোনো দিনাই টীয়কক মহকুমা হিচাপে গঢ়ি তুলিবলৈ সদিচ্ছা প্ৰকাশ নকৰিলে।

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া আৰু মুখ্য সাংগঠনিক সম্পাদক ৰন্টু ভূঞাই ক্ষোভ প্ৰকাশ কৰি কয়, ৯০ৰ দশকৰ পৰাই টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, বিভিন্ন দল-সংগঠন, বিশিষ্ট শিক্ষাবিদ তথা ব্যক্তিসকল আৰু বৃহত্তৰ টীয়কবাসী ৰাইজে টীয়কক মহকুমা হিচাপে ঘোষণা কৰাৰ দাবী জনোৱাৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছতো আজি পৰ্যন্ত গা নলৰিল অসম চৰকাৰৰ।

গতিকে, উক্ত বিষয়টো অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈ অতি সোনকালে টীয়কক মহকুমা হিচাপে ঘোষণা কৰিবলৈ দাবী জনাইছে দুয়োজন ছাত্ৰ নেতাই। অন্যথা ৰাইজৰ সহযোগত অনাগত দিনত গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হব বুলি হুংকাৰ প্ৰদান কৰিছে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই।

Recent News

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd